Chapter- 3
তৰা
১। তৰা কবিতাটোৰ কবিৰ নাম কি ?
(ক) সত্যনাথ বৰা
(খ) শ্ৰী শ্ৰী শংকৰদেৱ
(গ) লক্ষ্মীনাথ বেজবৰুৱা
উত্তৰ- (গ) লক্ষ্মীনাথ বেজবৰুৱা ।
২। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্যৰ প্ৰধান কি আছিল ?
(ক) গুৰিধৰোঁতা
(খ) গুৰিনধৰোঁতা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) গুৰিধৰোঁতা ।
৩। কবিজন কিমান চনত সাহিত্য সভাৰ সভাপতি মনোনীত হৈছিল ?
(ক) ১৯৮৬
(খ) ১৯৪২
(গ) ১৯৫৩
উত্তৰ- (খ) ১৯৪২ ।
৪। অ মোৰ আপোনাৰ দেশ সংগীতটো ৰচক কোন ?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) সত্যনাথ বৰা
(গ) শ্ৰী শ্ৰী মাধৱদেৱ
উত্তৰ- (ক) লক্ষ্মীনাথ বেজবৰুৱা ।
৫। কবিৰ কবিতা পুথিৰ নাম কি ?
(ক) পদুম কুঁৱৰী
(খ) কদমকলি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কদমকলি ।
৬। কবিৰ উপন্যাস খনৰ নাম কি ?
(ক) পদুম কুঁৱৰী
(খ) কদমকলি
(গ) সুৰভি
উত্তৰ- (ক) পদুম কুঁৱৰী ।
৭। কবিৰ চুটি গল্প কি আছিল ?
(ক) সুৰভি
(খ) কেহোঁকলি
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
৮। কবিৰ ধেমেলীয়া নাটসমূহ কি কি ?
(ক) লিতিকাই
(ক) নোমল
(খ) চিকৰপতি-নিকৰপতি
(গ) ওপৰৰ তিনিটাই হয়
উত্তৰ- (গ) ওপৰৰ তিনিটাই হয় ।
৯। সামান্য মানুহ মই নাই পোৱা ওৰ বোলি কোনে কৈছে ?
(ক) সত্যনাথ বৰা
(খ) শ্ৰী শ্ৰী শংকৰদেৱে
(গ) লক্ষ্মীনীথ বেজবৰুৱাই
উত্তৰ- (গ) লক্ষ্মীনীথ বেজবৰুৱাই ।
১০। পৃথিৱীত মানুহৰ মাজত থকা কি দেখি অন্তৰ দুখত গলি গৈছে ?
(ক) হিংসা-দ্বেষ
(খ) শঠতা, পাপ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১১। কবিয়ে কি ৰূপে চকুপানী টুকিছে ?
(ক) নিয়ৰৰ কণিকাৰূপে
(খ) পানীৰ টুপালৰ দৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নিয়ৰৰ কণিকাৰূপে ।
১২। স্বৰ্গৰ উপবনত ফুলি থকা কি স্বৰ্গীয় ফুল ?
(ক) চিৰসুন্দৰ
(খ) অসুন্দৰ
(গ) এপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) চিৰসুন্দৰ ।
১৩। জোনাক ৰাতি কি আনন্দৰ ৰাজ্যত সৌৰভ বিলাই আছে ?
(ক) চিৰ-প্ৰেমত
(খ) চিৰ-দুখত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) চিৰ-প্ৰেমত ।
১৪। আকাশীফুল ক’ত থাকে ?
(ক) মৰতত
(খ) স্বৰ্গ-উপবনে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) স্বৰ্গ-উপবনে ।
১৫। নিবিষ্ট শব্দৰ অৰ্থ কি ?
(ক) নিমগ্ন
(খ) ডুবিথকা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৬। ভোৰ শব্দৰ অৰ্থ কি ?
(ক) আপোন পাহৰা
(খ) অমগ্ন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) আপোন পাহৰা ।
১৭। ওৰ শব্দৰ অৰ্থ কি ?
(ক) অন্ত
(খ) শেষ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৮। আখিনীৰ শব্দৰ অৰ্থ কি ?
(ক) চকুলো
(খ) লোতক
(গ) চকুপানী
(ঘ) ওপৰৰ তিনিটাই হয়
উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।
১৯। সৌৰভ শব্দৰ অৰ্থ কি ?
(ক) সুগন্ধ
(খ) দুৰগন্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সুগন্ধ ।
২০ । লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক ৰচনাবোৰ কাৰ ছদ্মনামত লিখিছিল?
(ক) সত্যনাথ বৰা
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) কৃপাবৰ বৰবৰুৱা
উত্তৰ- (গ) কৃপাবৰ বৰবৰুৱা ।
Type by- Bikul Mandal