Chapter- 2
লংকাৰ সম্বাদ কি
১। ওচৰা-উচৰি কৈ থকা গাঁও দুখনৰ নাম কি ?
(ক) বেনাৰ গাঁও
(খ) কুমাৰী গাঁও
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
২। গাঁও দুখনৰ মাজত মিল আছিল নে নাই ?
(ক) আছিল
(খ) নাছিল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নাছিল ।
৩। গাঁৱৰ দৰা এজনলৈ কি গাঁৱৰ কন্যা এজনী দিয়াৰ বন্দৱস্ত হ’ল ?
(ক) কুমাৰ গাঁৱৰ
(খ) কুমাৰী গাঁৱৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কুমাৰী গাঁৱৰ ।
৪। বেনাৰ গাঁৱৰ মানুহ দৰাৰ লগত নিশা বিয়ালৈ আহোঁতে, বাটতে কোনে আগচি ধৰিলে ?
(ক) কুমাৰীগঞা ডেকাবিলাকে
(খ) কুমাৰীগঞা ছোৱালীবিলাকে
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) কুমাৰীগঞা ডেকাবিলাকে ।
৫। ওচৰা-উচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি আছিল ?
(ক) বেনাৰ গাঁও , কুমাৰী গাঁও
(খ) সোনালী গাঁও , কুমাৰ গাঁও
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) বেনাৰ গাঁও , কুমাৰী গাঁও ।
৬। কুমাৰী গাঁৱৰ ডেকাহঁতে দৰাঘৰীয়া মানুহক কি প্ৰশ্ন কৰিছিল ?
(ক) সীতাৰ বিয়া কেতিয়া হৈছিল
(খ) ৰাম কেতিয়া বনলৈ গৈছিল
(গ) লংকাৰ সম্বাদ কি
উত্তৰ- (গ) লংকাৰ সম্বাদ কি ।
৭। প্ৰশ্নৰ উত্তৰ ক’ত দিয়া হ’ল ?
(ক) বাততে
(খ) সভাত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সভাত ।
৮। লংকাখন কিহৰ আছিল ?
(ক) সোণৰ
(খ) মাটিৰ
(গ) শিলৰ
উত্তৰ- (ক) সোণৰ ।
৯। আহাঁ বোপাই আহাঁ, তুমিনৰলোকৰপৰা আহিছা, এই কথাষাৰ কোনে কৈছিল ?
(ক) ডেকাহতে
(খ) দৰাঘৰীয়া মানুহে
(গ) বীৰ হনুমানে
উত্তৰ- (গ) বীৰ হনুমানে ।
১০। বীৰ হনুমানৰ পো-নাতি কোন আছিল ?
(ক) লংকাৰ খবৰ কি বোলি কোৱা মানুহ বোৰ
(খ) কুমাৰী গাঁৱৰ
(গ) বেনাৰ গাঁৱৰ
উত্তৰ- (ক) লংকাৰ খবৰ কি বোলি কোৱা মানুহ বোৰ ।
১১। বীৰ হনুমানৰ ডিঙিত কি লগাই থৈছে ?
(ক) ৰছী
(খ) শিকলি
(গ) এপৰৰ এটাও নহয়
উত্তৰ- (খ) শিকলি ।
১২। পিছত কাৰ জঁয় পৰিল ?
(ক) কুমাৰী গাঁৱৰ
(খ) বেনাৰ গাঁৱৰ
(গ) কুমাৰী গাঁৱৰ প্ৰশ্ন কৰা ডেকাহঁত জঁয় পৰিল
উত্তৰ- (গ) কুমাৰী গাঁৱৰ প্ৰশ্ন কৰা ডেকাহঁত জঁয় পৰিল ।
১৩। আদহীয়া শব্দৰ অৰ্থ কি ?
(ক) মাজ বয়সীয়া
(খ) ডেকাও নহয়
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৪। হেঙাৰ শব্দৰ অৰ্থ কি ?
(ক) বাধা
(খ) হেঙা
(গ) ৰেঙা
উত্তৰ- (ক) বাধা ।
১৫। এচপৰা শব্দৰ অৰ্থ কি ?
(ক) এডোখৰ
(খ) তিনিডোখৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) এডোখৰ ।
১৬। বীৰ হনুমান কাৰ পুত্ৰ আছিল ?
(ক) পৱনৰ
(খ) বায়ুৰ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৭। বীৰ হনুমান কি যুগত ৰামচন্দ্ৰৰ নিষ্ঠাবান ভক্ত আছিল ?
(ক) সত্য যুগত
(খ) ত্ৰেতা যুগত
(গ) কলি যুগত
উত্তৰ- (খ) ত্ৰেতা যুগত ।
১৮। ত্ৰেতা যুগত শ্ৰীলংকাত কাৰ ৰাজ্য আছিল ?
(ক) ৰামৰ
(খ) সীতাৰ
(গ) ৰাৱণৰ
উত্তৰ- (গ) ৰাৱণৰ ।
১৯। ৰাৱণে কাক হৰণ কৰিছিল ?
(ক) সীতাক
(খ) ৰাধাক
(গ) কমলাক
উত্তৰ- (ক) সীতাক ।
২০। কি সেতু সাগৰৰ বুকুত আজিও বিৰাজমান ?
(ক) ৰাম সেতু
(খ) সীতা সেতু
(গ) ৰাধা সেতু
উত্তৰ- (ক) ৰাম সেতু ।
Type by- Bikul Mandal