Chapter- 19
সন্ধিয়া
১। কবিতাটোৰ কবিৰ নাম কি আছিল?
(ক) সত্যনাথ বৰা
(খ) সিংহদত্ত দেৱ অধিকাৰী
(গ) কমল বৰা
উত্তৰ- (খ) সিংহদত্ত দেৱ অধিকাৰী ।
২। কবিৰ জন্ম কিমান চনত হৈছিল?
(ক) ১৮৮৯
(খ) ১৯২২
(গ) ১৯৩২
উত্তৰ- (ক) ১৮৮৯ ।
৩। কবিৰ পিতৃৰ নাম কি?
(ক) কমল বৰা
(খ) ৰমল বৰা
(গ) মহোদত্ত অধিকাৰী
উত্তৰ- (গ) মহোদত্ত অধিকাৰী ।
৪। কবিৰ কবিতা পুথিসমূহ কি কি?
(ক) ৰেণু
(খ) মণিমালা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
৫। কবিৰ কিমান চনত মৃত্যু হয়?
(ক) ১৯৩৫
(খ) ১৯২৫
(গ) ১৯৬৫
উত্তৰ- (খ) ১৯২৫ ।
৬। এটা শব্দত প্ৰকাশ কৰা। (১) যিজনে নাও বায় ?
(ক) নাৱৰীয়া
(খ) গাৱলীয়া
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) নাৱৰীয়া ।
৭। বাতেৰে গৈ থকা মানুহ?
(ক) হাটৰুৱা
(খ) বাটৰুৱা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বাটৰুৱা ।
৮। ঘৰমুৱা শব্দৰ অৰ্থ কি?
(ক) বাতৰ ফালে
(খ) ঘৰৰ ফালে
(গ) বনৰ ফালে
উত্তৰ- (খ) ঘৰৰ ফালে ।
৯। জেউতি শব্দৰ অৰ্থ কি?
(ক) পোহৰ
(খ) এন্ধাৰ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) পোহৰ ।
১০। ভুঞ্জা শব্দৰ অৰ্থ কি?
(ক) ভোগ কৰা
(খ) ভোজন কৰা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
Type by- Bikul Mandal