Chapter- 18
বিজ্ঞানী ড° ৰোহিণীকান্ত বৰুৱা
১। ৰোহিণীকান্ত বৰুৱাৰ কিমান চনত জন্ম হৈছিল ?
(ক) ১৯১০ চনত
(খ) ১৮১০ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৯১০ চনত ।
২। দেউতাকৰ মৃত্য়ুৰ পাছত ৰোহিণীকান্তৰ পৰিয়ালটো কলৈ গৈছিল ?
(ক) ডিব্ৰুগড়লৈ
(খ) শিৱসাগৰলৈ
(গ) এটাও নহয়
উত্তৰ- (খ) শিৱসাগৰলৈ ।
৩। কিমান চনত ড° ৰোহিণীকান্ত বৰুৱা অসমলৈ উভতি আহিল ?
(ক) ১৯৮৪ চনত
(খ) ১৯৪৮ চনত
(গ) এটাও নহয়
উত্তৰ- (খ) ১৯৪৮ চনত ।
৪। তেওঁৰ দেউতাকৰ নাম কি আছিল ?
(ক) কেশৱকান্ত বৰুৱা
(খ) ক্ষীৰধৰ বৰুৱা
(গ) এটাও নহয়
উত্তৰ- (ক) কেশৱকান্ত বৰুৱা ।
৫। কোন স্কুলৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ?
(ক) তেজপুৰ চৰকাৰী হাইস্কুল
(খ) শিৱসাগৰ চৰকাৰী হাইস্কুল
(গ) এটাও নহয়
উত্তৰ- (খ) শিৱসাগৰ চৰকাৰী হাইস্কুল ।
৬। তেওঁৰ প্ৰিয় বিষয় কি ?
(ক) গণিত
(খ) বিজ্ঞান
(গ) এটাও নহয়
উত্তৰ- (গ) এটাও নহয় ।
৭। তেওঁ কটন কলেজৰ পৰা কি পৰীক্ষাত উত্তীৰ্ণ হৈছিল ?
(ক) আই.এছ.ছি.
(খ) বি.এছ.ছি.
(গ) এটাও নহয়
উত্তৰ- (ক) আই.এছ.ছি. ।
৮। ৰোহিণীকান্ত কলকাতালৈ গৈ কি কলেজত ভৰ্ত্তি হয় ?
(ক) কলিকতা বিশ্ৱবিদ্য়ালয়
(খ) প্ৰেছিডেন্সি
(গ) এটাও নহয়
উত্তৰ- (খ) প্ৰেছিডেন্সি ।
৯। ৰসায়ন বিজ্ঞানৰ লগে লগে ৰোহিণীকান্তই কি বিষয়টোও অধ্য়য়ন কৰিছিল ?
(ক) আইন
(খ) গণিত
(গ) এটাও নহয়
উত্তৰ- (ক) আইন ।
১০। তেওঁ কিমান চনত ইংলণ্ডলৈ যাত্ৰা কৰে ?
(ক) ১৯৬৪ চনত
(খ) ১৯৬০ চনত
(গ) এটাও নহয়
উত্তৰ- (গ) এটাও নহয় ।
১১। গাজৰ,অমিতা আদিত কি পদাৰ্থ থাকে ?
(ক) ভিটামিন-এ
(খ) কেৰ’টিনইড
(গ) এটাও নহয়
উত্তৰ- (খ) কেৰ’টিনইড ।
১২। তেওঁ কি পুথিৰ বাবে অসম সাহিত্য় সভাৰ বঁটা লাভ কৰিছিল ?
(ক) বিজ্ঞানৰ সাধু
(খ) অকণ
(গ) এটাও নহয়
উত্তৰ- (ক) বিজ্ঞানৰ সাধু ।
১৩। ড° বৰুৱাৰ কিমান চনত মৃত্য়ু হৈছিল ?
(ক) ১৯৮৬ চনৰ ৭ জুলাইত
(খ) ১৯৬৮ চনৰ ৭ ডিচেম্বৰত
(গ) এটাও নহয়
উত্তৰ- (গ) এটাও নহয় ।
১৪। ড° বৰুৱাৰ কেনেকৈ মৃত্য়ু হৈছিল ?
(ক) হৃদযন্ত্ৰক ক্ৰিয়া বন্ধ হৈ
(খ) ৰক্তবিহিন হৈ
(গ) এটাও নহয়
উত্তৰ- (ক) হৃদযন্ত্ৰক ক্ৰিয়া বন্ধ হৈ ।
১৫। ড° ৰোহিণীকান্ত বৰুৱাৰ ক’ত জন্ম হৈছিল ?
(ক) শিৱসাগৰত
(খ) শদিয়াত
(গ) এটাও নহয়
উত্তৰ- (খ) শদিয়াত ।
১৬। ১৯৩৮ চনত ৰোহিণীকান্তই কোন কলেজত অধ্য়াপক হিচাপে যোগদান কৰে ?
(ক) কটন কলেজত
(খ) প্ৰেছিডেন্সি কলেজত
(গ) এটাও নহয়
উত্তৰ- (ক) কটন কলেজত ।
১৭। তেওঁ কিমান চনত ডক্টৰেট উপাধি লাভ কৰে ?
(ক) ১৯৪৮ চনত
(খ) ১৯৪৬ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৯৪৮ চনত ।
১৮। তেখেতে কোন কলেজত জৈৱ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক হৈছিল ?
(ক) কটন কলেজত
(খ) অসম চিকিৎসা মহাবিদ্য়ালয়ত
(গ) এটাও নহয়
উত্তৰ- (খ) অসম চিকিৎসা মহাবিদ্য়ালয়ত ।
১৯। তেওঁৰ ক’ত মৃত্য়ু হৈছিল ?
(ক) কলকাতাত
(খ) শদিয়াত
(গ) এটাও নহয়
উত্তৰ- (ক) কলকাতাত ।
২০। জলপানি শব্দৰ অৰ্থ কি ?
(ক) পঢ়া-শুনাৰ মাজেৰে লাভ কৰা জ্ঞান
(খ) পঢ়া-শুনাৰ খৰচৰ বাবে পোৱা আৰ্থিক সাহায্য়
(গ) এটাও নহয়
উত্তৰ- (খ) পঢ়া-শুনাৰ খৰচৰ বাবে পোৱা আৰ্থিক সাহায্য় ।
Type by- Bikul Mandal