Chapter- 17
মানুহে মানুহৰ বাবে
১। কবিতাটোৰ কবিৰ নাম কি?
(ক) ড° ভূপেন হাজৰিকা
(খ) সত্যনাথ বৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ড° ভূপেন হাজৰিকা ।
২। কবিৰ জন্ম কিমান চনত হৈছিল ?
(ক) ১৯২৬
(খ) ১৯৮৭
(গ) ২০০১
উত্তৰ- (ক) ১৯২৬ ।
৩। কবি কিমান চনত পদ্মশ্ৰী উপাধিৰে বিভূষিত হয়?
(ক) ২০০০
(খ) ২০০৮
(গ) ১৯৭৭
উত্তৰ- (গ) ১৯৭৭ ।
৪। ১৯৮৭ চনত কবিয়ে কি বঁটা পাইছিল?
(ক) পদ্মশ্ৰী
(খ) শ্ৰীমন্ত শংকৰদেৱ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) শ্ৰীমন্ত শংকৰদেৱ ।
৫। কবিয়ে কিমান চনত পদ্মভূষণ সন্মান লাভ কৰে?
(ক) ২০০১
(খ) ২০০৯
(গ) ২০০৪
উত্তৰ- (ক) ২০০১ ।
৬। কবিৰ কিমান চনত মৃত্যু হৈছিল?
(ক) ১৯৭৬
(খ) ২০১১
(গ) ২০০৯
উত্তৰ- (খ) ২০১১ ।
৭। যিয়ে আনক অন্যায় কৰে।
(ক) মানুহ
(খ) দানৱ
(গ) জন্তু
উত্তৰ- (খ) দানৱ ।
৮। কাহানি শব্দৰ অৰ্থ কি?
(ক) যেতিয়া
(খ) কেতিয়া
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) কেতিয়া ।
৯। একোটা কথা পুনৰায় কোৱা।
(ক) দৰা
(খ) দোহৰা
(গ) ওপৰৰ দয়োটাই হয়
উত্তৰ- (খ) দোহৰা ।
১০। কোবাল শব্দৰ অৰ্থ কি?
(ক) অতিবেগী
(খ) তীৰ গতি
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
Type by- Bikul Mandal