Chapter- 16
ভগিনী নিৱেদিতা
১। কিহেৰে এগৰাকী পূৰ্ণযৌৱনা নাৰী?
(ক) একোছা সোণালী চুনিৰে
(খ) দুটা চকুৰে
(গ) দুখন ভৰিৰে
উত্তৰ- (ক) একোছা সোণালী চুনিৰে ।
২। ভগিনী নিৱেদিতা বৃত্তিত এগৰাকী কি?
(ক) ছাত্ৰ
(খ) শিক্ষয়িত্ৰী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) শিক্ষয়িত্ৰী ।
৩। এদিনাখন ভগিনী নিৱেদিতাই কি শুনিবলৈ পালে?
(ক) গান
(খ) সাধু এজন আহিব বুলি
(গ) কবিতা
উত্তৰ- (খ) সাধু এজন আহিব বুলি ।
৪। শিক্ষয়িত্ৰী গৰাকীয়ে কত যোগ দিলে?
(ক) ধৰ্মসভাত
(খ) অধৰ্মসভাত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ধৰ্মসভাত ।
৫। কাৰোবাৰ গুণৰ কথা জানি ভোল যোৱা বোৰক কি বোলে ?
(ক) গুণমুগ্ধ
(খ) অগুণমুগ্ধ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) গুণমুগ্ধ ।
৬। মনোকষ্ট শব্দৰ অৰ্থ কি?
(ক) মন ভাল লগা
(খ) মন বেয়া লগা
(গ) মনত পোৱা কষ্ট
উত্তৰ- (গ) মনত পোৱা কষ্ট ।
৭। দুৰৱস্থা শব্দৰ অৰ্থ কি?
(ক) বৰ ভাল অৱস্থা
(খ) বৰ বেয়া অৱস্থা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বৰ বেয়া অৱস্থা ।
৮। বুদ্ধিদীপ্ত শব্দৰ অৰ্থ কি?
(ক) জ্ঞান
(খ) জ্ঞানেৰে উজলি থকা
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) জ্ঞানেৰে উজলি থকা ।
৯। পূৰ্ণ যৌৱনা শব্দৰ অৰ্থ কি?
(ক) গাভৰু
(খ) ডেকা
(গ) বুঢ়া
উত্তৰ- (ক) গাভৰু ।
১০। দৃষ্টান্ত শব্দৰ অৰ্থ কি?
(ক) গাভৰু
(খ) বুঢ়া
(গ) উদাহৰণ
উত্তৰ- (গ) উদাহৰণ ।
১১। গুৰু দক্ষিণা শব্দৰ অৰ্থ কি?
(ক) গুৰুৰ পৰা বিদায় লওঁতে দিয়া মাননি
(খ) গুৰুৰ পৰা শিক্ষা লৱলৈ যোৱা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) গুৰুৰ পৰা বিদায় লওঁতে দিয়া মাননি ।
১২। ভগিনী নিৱেদিতাৰ কিমান চনত মৃত্যু হৈছিল?
(ক) ১৯১১
(খ) ১৮৬৭
(গ) ১৯৫৪
উত্তৰ- (ক) ১৯১১ ।
১৩। মাৰ্গাৰেট এলিজাবেথ মবোলৰ জন্ম কিমান চনত হৈছিল?
(ক) ১৯১১
(খ) ১৮৬৭
(গ) ১৯৫৪
উত্তৰ- (খ) ১৮৬৭ ।
১৪। মাৰ্গাৰেট এলিজাবেথৰ পিতৃৰ নাম কি আছিল?
(ক) সত্যনাথ বৰা
(খ) কমল কাকতি
(গ) ৰেভাৰেণ্ড ছেমুৱেল নবোল
উত্তৰ- (গ) ৰেভাৰেণ্ড ছেমুৱেল নবোল ।
১৫। মাৰ্গাৰেট এলিজাবথৰ মাতৃৰ নাম কি আছিল?
(ক) মেৰী হেমিণ্টন
(খ) কমলা কাকতি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মেৰী হেমিণ্টন ।
১৬। সৰুৰে পৰা মাৰ্গাৰেট কি ছোৱালী আছিল?
(ক) কথোৰ মনৰ
(খ) কোমল মনৰ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) কোমল মনৰ ।
১৭। মাৰ্গাৰেট কিমান তাৰিখে জন্ম হৈছিল?
(ক) ২৮ অক্টোবৰ
(খ) ২৪ অক্টোবৰ
(গ) ৩১ অক্টোবৰ
উত্তৰ- (ক) ২৮ অক্টোবৰ ।
১৮। ভগিনী নিৱেদিতাৰ কিমান তাৰিখে মৃত্যু হৈছিল?
(ক) ১৮ অক্টোবৰ
(খ) ১৩ অক্টোবৰ
(গ) ১৭ অক্টোবৰ
উত্তৰ- (খ) ১৩ অক্টোবৰ ।
১৯। কোনো লোকৰ চৰিত্ৰৰ লক্ষণ লোৱা বোৰক কি বোলে?
(ক) ব্যত্তিত্ব
(খ) পূৰ্ণ যৌৱনা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ব্যত্তিত্ব ।
২০। কিহৰ মাজেৰে ভগিনী নিৱেদিতাই সমাজসেৱাৰ উজ্জ্বল দৃষ্টান্ত দেখুৱাই থৈ গ’ল?
(ক) ধন আৰু সোণৰ মাজেৰে
(খ) ত্যাগ আৰু সমপৰ্ণৰ মাজেৰে
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) ত্যাগ আৰু সমপৰ্ণৰ মাজেৰে ।
Type by- Bikul Mandal