Chapter- 15
আগতে নিজে নিকা হ’
১। কবিতাটোৰ কবিৰ নাম কি?
(ক) সত্যনাথ বৰা
(খ) সূৰ্যকোমাৰ বৰা
(গ) অম্বিকাগিৰি ৰায় চৌধুৰী.
উত্তৰ- (গ) অম্বিকাগিৰি ৰায় চৌধুৰী ।
২। কবিৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৮৮৫
(খ) ১৯০৭
(গ) ১৯৫০
উত্তৰ- (ক) ১৮৮৫ ।
৩। কবিয়ে কিমান চনত বন্দিনী ভাৰত নাটক ৰচনা কৰি মঞ্চস্থ কৰে?
(ক) ১৮৮৫
(খ) ১৯০৭
(গ) ১৯৬৭
উত্তৰ- (খ) ১৯০৭ ।
৪। কবিয়ে কিমান চনত গুৱীহাটী সংগীত বিদ্যালয়’ৰ প্ৰতিষ্ঠা কৰে?
(ক) ১৯২৭
(খ) ১৮৮৫
(গ) ১৯৬৬
উত্তৰ- (ক) ১৯২৭ ।
৫। কবিৰ ৰচনা এখনৰ নাম কি
(ক) ডেকা-ডেকেৰীৰ বেদ
(খ) অসম কেশৰী
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (ক) ডেকা-ডেকেৰীৰ বেদ ।
৬। অপৰিশোধিত মনেৰে অইনৰ মনৰ মলি আঁতৰাব পাৰি নে নোৱাৰি?
(ক) পাৰি
(খ) নোৱাৰি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নোৱাৰি ।
৭। কবিৰ কিমান চনত মৃত্যু হয়?
(ক) ১৯৬৭
(খ) ১৯০৭
(গ) ১৩০১
উত্তৰ- (ক) ১৯৬৭ ।
৮। নিকা শব্দৰ অৰ্থ কি?
(ক) পৰিষ্কাৰ
(খ) নিৰ্মল
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
৯। পখালি শব্দৰ অৰ্থ কি?
(ক) নিকা কৰা
(খ) অপোন
(গ) নিজৰ
উত্তৰ- (ক) নিকা কৰা ।
১০। আত্মিক শব্দৰ অৰ্থ কি?
(ক) আপোন
(খ) নিজৰ
(গ) কুটুম
(ঘ) ওপৰৰ তিনিটাই হয়
উত্তৰ- (ঘ) ওপৰৰ তিনিটাই হয় ।
Type by- Bikul Mandal