Chapter- 13
ধনপতি
১। ধনপতি কবিতাটি কোনে ৰচনা কৰিছিল ?
(ক) ড° জয়কান্ত শৰ্মা
(খ) সূৰ্য কুমাৰ ভূঞা
(গ) এটাও নহয়
উত্তৰ- (খ) সূৰ্য কুমাৰ ভূঞা ।
২। দেশব্য়াপী শব্দৰ অৰ্থ কি ?
(ক) গোটেই দেশজুৰি
(খ) নিজৰ দেশ
(গ) এটাও নহয়
উত্তৰ- (ক) গোটেই দেশজুৰি ।
৩। সেয়ে ধনী ধন যাৰ __________ বৰ্জিত ।
(ক) ন্য়ায়
(খ) কলঙ্ক
(গ) এটাও নহয়
উত্তৰ- (খ) কলঙ্ক ।
৪। সূৰ্য কুমাৰ ভূঞাৰ ক’ত জন্ম হৈছিল ?
(ক) কলিকতাত
(খ) নগাঁও
(গ) এটাও নহয়
উত্তৰ- (খ) নগাঁও ।
৫। সূৰ্য কুমাৰ ভূঞাই ৰচনা কৰা কবিতাসমূহ কিহত সংগ্ৰহ কৰা হৈছে ?
(ক) নিৰ্মালি
(খ) ভানুনন্দন
(গ) এটাও নহয়
উত্তৰ- (ক) নিৰ্মালি ।
৬। তেখেত কোন কলেজৰ প্ৰথম গৰাকী অসমীয়া অধ্য়ক্ষ আছিল ?
(ক) কটন কলেজৰ
(খ) লণ্ডন বিশ্ৱবিদ্য়ালয়ৰ
(গ) এটাও নহয়
উত্তৰ- (ক) কটন কলেজৰ ।
৭। বৈষ্ণৱ কবিতাৰ আৰ্হিত তেখেত ‘ভানুনন্দন’ নামত কি লিখিছিল ?
(ক) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ
(খ) জয়মতী উপাখ্যান
(গ) এটাও নহয়
উত্তৰ- (খ) জয়মতী উপাখ্যান ।
৮। ঢালে ধন __________উন্নতি কামত
(ক) স্বজাতিৰ
(খ) ধনী লোকে
(গ) এটাও নহয়
উত্তৰ- (ক) স্বজাতিৰ ।
৯। এক অননুকৰণীয় গদ্য়ভংগীৰে লিখা তেখেতৰ এখন মূল্য়ৱান গ্ৰন্থ কি ?
(ক) পুৰাতত্ত্ব
(খ) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ
(গ) এটাও নহয়
উত্তৰ- (খ) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ ।
১০। কলংক শব্দৰ অৰ্থ কি ?
(ক) দাগ নথকা
(খ) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ
(গ) এটাও নহয়
উত্তৰ- (খ) স্বৰ্গদেউ ৰাজেশ্ৱৰ সিংহ ।
১১। আমি জানো তুমি _______ লভিলা কিমতে
(ক) ধন
(খ) ধনী
(গ) এটাও নহয়
উত্তৰ- (ক) ধন ।
১২। মূলমন্ত্ৰ শব্দৰ অৰ্থ কি ?
(ক) ধনৰ গৰাকী
(খ) নিজৰ দেশ
(গ) এটাও নহয়
উত্তৰ- (গ) এটাও নহয় ।
১৩। কি কি বিভাগক তেখেতৰ জীৱনৰ কীৰ্তি-স্তম্ভ বুলি ক’ব পাৰি ?
(ক) বুৰঞ্জী আৰু পুৰাতত্ত্ব
(খ) অৰ্থনীতি আৰু ৰাজনীতি
(গ) এটাও নহয়
উত্তৰ- (ক) বুৰঞ্জী আৰু পুৰাতত্ত্ব ।
১৪। সূৰ্য কুমাৰ ভূঞাই ক’ত অনুস্থিত হোৱা অসম সাহিত্য় সভাৰ সভাপতি হৈছিল ?
(ক) গুৱাহাটীত
(খ) ছিলঙত
(গ) এটাও নহয়
উত্তৰ- (খ) ছিলঙত ।
১৫। স্বজাতি শব্দৰ অৰ্থ কি ?
(ক) গোটেই দেশজুৰি
(খ) নিজৰ দেশ
(গ) এটাও নহয়
উত্তৰ- (খ) নিজৰ দেশ ।
১৬। নিজৰ বাসভৱনত আৰম্ভ কৰা বিভাগটোৱেই পাছত কি বিভাগত পৰিণত হয় ?
(ক) চৰকাৰী বিভাগ
(খ) ৰাজকীয় বিভাগ
(গ) এটাও নহয়
উত্তৰ- (ক) চৰকাৰী বিভাগ ।
১৭। তেখেত প্ৰথম অসমীয়া ___________ আছিল ।
(ক) কবি
(খ) শিক্ষাধিকাৰো
(গ) এটাও নহয়
উত্তৰ- (খ) শিক্ষাধিকাৰো ।
১৮। ________ বুলি তুমি লভিছা সন্মান
(ক) ধনপতি
(খ) দেশব্য়াপী
(গ) এটাও নহয়
উত্তৰ- (ক) ধনপতি ।
১৯। ন্য়ায়-নিৰূপিত শব্দৰ অৰ্থ কি ?
(ক) নিয়ম অনুসাৰে
(খ) মূল নীতি
(গ) এটাও নহয়
উত্তৰ- (ক) নিয়ম অনুসাৰে ।
২০। সূৰ্য কুমাৰ ভূঞাৰ কিমান চনত জন্ম হৈছিল ?
(ক) ১৮৯২ চনত
(খ) ১৯৬৪ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৮৯২ চনত ।
Type by- Bikul Mandal