Chapter- 1
শ্ৰীকৃষ্ণই পিপৰা গুচোৱা
১। কবিতাটোৰ ৰচক কোন ?
(ক) শ্ৰী শ্ৰী শংকৰদেৱ
(খ) শ্ৰী শ্ৰী মাধৱদেৱ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) শ্ৰী শ্ৰী মাধৱদেৱ ।
২। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল ?
(ক) শংকৰদেৱৰ
(খ) মাধৱদেৱৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মাধৱদেৱৰ ।
৩। শংকৰদেৱে অসমত ভক্তি ধৰ্মৰ সূচনা কৰিছিল কিন্তু ইয়াৰ চৌদিশে বিয়পাই দিয়া ব্যক্তিগৰাকী আছিল কোন ?
(ক) শংকৰদেৱৰ শিক্ষক
(খ) মাধৱদেৱ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) মাধৱদেৱ ।
৪। মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?
(ক) মৰিগাঁও
(খ) নগাঁও
(গ) নাৰায়ণপুৰত
উত্তৰ- (গ) নাৰায়ণপুৰত ।
৫। মাধৱদেৱৰ পিতৃৰ নাম কি ?
(ক) সত্যনাথ বৰা
(খ) গোবিন্দগিৰি
(গ) নাৰায়ণ ৰাম
উত্তৰ- (খ) গোবিন্দগিৰি ।
৬। মাধৱদেৱৰ মাতৃৰ নাম কি ?
(ক) মাধৱী দেৱী
(খ) ৰমলা দেৱী
(গ) মনোৰমা দেৱী
উত্তৰ- (গ) মনোৰমা দেৱী ।
৭। শংকৰদেৱে মাধৱদেৱক মৰমতে কি বুলি সম্বোধন কৰিছিল ?
(ক) কমল
(খ) বৰাৰ পো
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বৰাৰ পো ।
৮। মাধৱদেৱে জন্মপুৰাণ নামৰ পুথিখন ভাঙনি কৰি প্ৰকাশ কৰা পুথিখনৰ নাম কি ?
(ক) জন্ম-ৰহস্য
(খ) মৃত্যু-ৰহস্য
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) জন্ম-ৰহস্য ।
৯। শংকৰদেৱে এখন কি পুথি লিখিবলৈ মাধৱদেৱক অনুৰোধ জনাইছিল ?
(ক) অভক্তিমূলক পুথি
(খ) ভক্তিমূলক পুথি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ভক্তিমূলক পুথি ।
১০। মাধৱদেৱৰ গীতপ্ৰধান নাট খনক কি বোলা হয় ?
(ক) ঝুমুৰা
(খ) জুনুকা
(গ) ঝুমুৰ
উত্তৰ- (ক) ঝুমুৰা ।
১১। এই কবিতাটো কি ভাষাত লিখা হৈছে ?
(ক) অসমীয়া
(খ) ব্ৰজাৱলী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ব্ৰজাৱলী ।
১২। ব্ৰজ কি গাঁওৰ ওচৰৰ এখন গোৱাল গাঁও ?
(ক) গোকুলৰ ওচৰৰ
(খ) মথুৰাৰ ওচৰৰ
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (খ) মথুৰাৰ ওচৰৰ ।
১৩। ব্ৰজ গাঁওখন কি নামেৰে জনাজাত ?
(ক) গোকুল
(খ) মথুৰা
(গ) ব্ৰজ
উত্তৰ- (ক) গোকুল ।
১৪। মই পিপৰা গুচাবলৈহে হাত দিছোঁ বুলি কোনে কৈছে ?
(ক) গুৱালিনীয়ে
(খ) বনমালীয়ে
(গ) শ্ৰীকৃষ্ণই
উত্তৰ- (গ) শ্ৰীকৃষ্ণই ।
১৫। মাধৱদেৱৰ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১৪১১
(খ) ১৫১৮
(গ) ১২০১
উত্তৰ- (খ) ১৫১৮ ।
১৬। মাধৱদেৱৰ মৃত্যু কিমান বয়সত হৈছিল ?
(ক) ১০০ বছৰ ৭ মাহ
(খ) ১০২ বছৰ ৪ মাহ
(গ) ১০৭ বছৰ ৩ মাহ
উত্তৰ- (গ) ১০৭ বছৰ ৩ মাহ ।
১৭। লৱণু শব্দৰ অৰ্থ কি ?
(ক) লবণু
(খ) মাখন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মাখন ।
১৮। টেণ্টন শব্দৰ অৰ্থ কি ?
(ক) টেটোন
(খ) ধূৰ্ত
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
১৯। কনিষ্ঠ শব্দৰ অৰ্থ কি ?
(ক) ডাঙৰ
(খ) সৰু ভায়েক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সৰু ভায়েক ।
২০। ভাণ্ডিলা শব্দৰ অৰ্থ কি ?
(ক) ফাঁকি দিলে
(খ) ছল কৰিলে
(গ) ওপৰৰ দুয়োটাই হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটাই হয় ।
Type by- Bikul Mandal