Chapter- 9
পানীৰ চাপ
১। সকলো বস্তু দৰে পানীয়েও চাপ দিয়ে।
(ক) দিয়ে
(খ) নিদিয়ে
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) দিয়ে ।
২। পানীৰ ঊৰ্দ্ধচাপ, নিম্নচাপ আৰু পাৰ্শ্বচাপ আছে নে নাই।
(ক) আছে
(খ) নাই
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) আছে ।
৩। পানীৰ চাপৰ বঢ়া-টুটা তাৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে।
(ক) নকৰে
(খ) কৰে
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) কৰে ।
৪। পানীয়ে তৰলৈ দিয়া হেঁচাক পানীৰ নিম্নচাপ বোলা হয়।
(ক) হয়
(খ) নহয়
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) হয় ।
৫। পানীয়ে কাষলৈ দিয়া হেঁচাক পাৰ্শ্বচাপ বুলি কোৱা হয়।
(ক) নহয়
(খ) হয়
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (খ) হয় ।
৬। পানীয়ে ওপৰলৈ হেঁচাক ঊৰ্দ্ধচাপ বোলা হয়।
(ক) হয়
(খ) নহয়
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) হয় ।
৭। পানীয়ে তৰলৈ দিয়া হেঁচাক পানীৰ কি বোলা হয়।
(ক) নিম্নচাপ
(খ) ঊৰ্দ্ধচাপ
(গ) পাৰ্শ্বচাপ
উত্তৰ- (ক) নিম্নচাপ ।
৮। পানীয়ে ওপৰলৈ হেঁচাক কি বোলা হয়।
(ক) ঊৰ্দ্ধচাপ
(খ) পাৰ্শ্বচাপ
(গ) নিম্নচাপ
উত্তৰ- (ক) ঊৰ্দ্ধচাপ ।
৯। পানীয়ে কাষলৈ দিয়া হেঁচাক কি বুলি কোৱা হয়।
(ক) ঊৰ্দ্ধচাপ
(খ) নিম্নচাপ
(গ) পাৰ্শ্বচাপ
উত্তৰ- (গ) পাৰ্শ্বচাপ ।
১০। পানীৰ ঊৰ্দ্ধচাপ, নিম্নচাপ আৰু পাৰ্শ্বচাপ আছে। হয় নে নহয়।
(ক) হয়
(খ) নহয়
(গ) পাঠত উল্লেখ কৰা নাই
উত্তৰ- (ক) হয় ।
Type by- Bikul Mandal