Chapter- 7
বিভিন্ন পৰিৱেশৰ প্ৰাণী
১। মৰুভূমিত গছ-গছনি দেখিবলৈ পোৱা নাযায়? হয় নে নহয়?
(ক) হয়
(খ) নহয়
(গ) একো নহয়
উত্তৰ- (ক) হয় ।
২। মৰুভূমিত থকা প্ৰাণী বিধৰ নাম কি?
(ক) উট
(খ) হাতী
(গ) গড়়
উত্তৰ- (ক) উট ।
৩। কি জন্তু পিঠিত উঠি মৰুভূমিত আহাৰ যোৱা কৰে?
(ক) হাতী
(খ) উট
(গ) গাধৰ
উত্তৰ- (খ) উট ।
৪। কি ভালুকে বৰফত গাত খান্দি তাত কেইবামাহো সোমাই থাকে?
(খ) মতা ভালুক
(গ) মাইকী ভালুক
(গ) পাঠটোত দিয়া নাই
উত্তৰ- (গ) মাইকী ভালুক ।
৫। মৰুভূিত মৰুজ নামৰ উদ্ভিদ পোৱা যায়? হয় নে নহয়?
(ক) নহয়
(খ) হয়
(গ) পোৱা নাযায়
উত্তৰ- (খ) হয় ।
৬। উত্তৰ আমেৰিকাত পোৱা এবিধ প্ৰাণী বিধৰ নাম কি?
(ক) বল্গা হৰিণ
(খ) জিৰাফ
(গ) বাঘ
উত্তৰ- (ক) বল্গা হৰিণ ।
৭। ঠাণ্ডা দেশত থকা আন এবিধ প্ৰাণী নাম হ’ল য়াক ? হয় নে নহয়?
(ক) হয়
(খ) নহয়
(গ) একো নহয়
উত্তৰ- (ক) হয় ।
৮। উদ্ভিদ, প্ৰাণীৰ থকা ঠাই আৰু ইহঁতৰ চাৰিওফালে অৱস্থাক পৰিৱেশ বুলি কোৱা হয় নে নহয়?
(ক) হয়
(খ) নহয়
(গ) একো নহুয়
উত্তৰ- (ক) হয় ।
৯। পানীত মাছে ফুলৰ সহায়েৰে উশাহ নিশাহ লয় নে নলয়?
(ক) লয়
(খ) নলয়
(গ) একো নলয়
উত্তৰ- (ক) লয় ।
১০। বতাহত উৰিবলৈ ডেউকা প্ৰয়োজন হয় নে নহয়?
(ক) নহয়
(খ) হয়
(গ) একো নহয়
উত্তৰ- (খ) হয় ।
Type by- Bikul Mandal