Chapter- 5
প্ৰাকৃতিক দুৰ্যোগ
১। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে?
(ক) যিবোৰ ঘটনা হঠাতে হয়
(খ) যিবোৰ ঘটনা বহুদিনৰ আগতে ঘটে
(গ) পাঠত দিয়া নাই
উত্তৰ- (ক) যিবোৰ ঘটনা হঠাতে হয় ।
২। প্ৰাকৃতিক দুৰ্যোগ ঘটনা কোনবোৰ যেনে- বানপানী, ধুমুহা, ভূমিকম্প আদি। হয় নে নহয়।
(ক) হয়
(খ) নহয়
(গ) পাঠত দিয়া নাই
উত্তৰ- (ক) হয় ।
৩। অত্যধিক বৰষুণৰ ফলত পানী কি হোৱা দেখা যায়?
(ক) পানী ওপৰলৈ উঠি আহে
(খ) পানী তললৈ কমি যায়
(গ) পানী ওপৰলৈও নাহে আৰু তললৈও নাযায়
উত্তৰ- (ক) পানী ওপৰলৈ উঠি আহে ।
৪। ভূমিকম্পৰ জোখা যন্ত্ৰটোৰ নাম চিছ্ম’গ্ৰাফ হয় নে নহয়?
(ক) নহয়
(খ) হয়
(গ) পাঠটোত দিয়া নাই
উত্তৰ- (খ) হয় ।
৫। ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ বৰষুণ বেছিকৈ হয় নে নহয়?
(ক) হয়
(খ) নহয়
(গ) একো নহয়
উত্তৰ- (ক) হয় ।
৬। বানপানীক বাধা দিয়াত মথাউৰিয়ে যথেষ্ট সহায় কৰে। হয় নে নহয় ।
(ক) হয়
(খ) নহয়
(গ) একো নহয়
উত্তৰ- (ক) হয় ।
৭। ভূমিকম্পৰ আহিলে কিব লাগে?
(ক) ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে
(খ) ঘৰৰ ভিতৰতে থাকিব লাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (ক) ঘৰৰ ভিতৰত পৰা মুকলি ঠাইলৈ ওলাই আহিব লাগে ।
৮। কোখন দেশত সঘনে ভূমিকম্পৰ হোৱা দেখা যায়?
(ক) জাপান
(খ) নেপাল
(গ) ভূটান
উত্তৰ- (ক) জাপান ।
৯। বেছিকৈ ভূটানত ভূমিকম্পৰ হোৱা দেখা যায়? হয় নে নহয়।
(ক) হয়
(খ) নহয়
(গ) একো নহয়
উত্তৰ- (খ) নহয় ।
১০। নেপালত ভূমিকম্প বেছিকৈ হোৱা দেখা যায়? হয় নে নহয়।
(ক) হয়
(খ) নহয়
(গ) একো নহয়
উত্তৰ- (খ) নহয় ।
Type By- Bikul Mandal