Chapter- 3
প্ৰাথমিক চিকিৎসা
১। সাধাৰণতে প্ৰাথমিক চিকিৎসা সঁজুলি থকা বাকচটোত বেণ্ডেজ, কপাহ, দুখন কেঁচি, পটাছিয়াম-পাৰ-এনটিচেপটিক মলম ইত্যাদি থাকে।
(ক) হয়
(খ) নহয়
(গ) পাটোত দিয়া নাই
উত্তৰ- (ক) হয় ।
২। গাত গৰম পানী পৰিলে কি কৰা উচিত।
(ক) ঘৰতে থাকিব লাগে
(খ) বাহিৰত ওলাই ঘূৰিফূৰিব লাগে
(গ) চিকিৎসাৰ ওচৰলৈ যাব লাগে
উত্তৰ- (গ) চিকিৎসাৰ ওচৰলৈ যাব লাগে ।
৩। পোৰা ঠাইত বৰফ অথবা ঠাণ্ডা পানী লাগাই থাকিব লাগে নে নালাগে।
(ক) লাগে
(খ) নালাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (ক) লাগে ।
৪। যদি কোনো ব্যক্তিৰ কাপোৰত জুই লাগে তেন্তে তৎক্ষণাৎ মজিয়াত বাগৰি দিব লাগে।
(ক) নালাগে
(খ) লাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (খ) লাগে ।
৫। নাকেদি তেজ ওলোৱা ব্যক্তিজনক শৰীৰতকৈ মূৰটো বেছি তললৈ হেলনীয়া কৰি ওপমুৱাকৈ শুৱাই দিব লাগে।
(ক) লাগে
(খ) নালাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (ক) লাগে ।
৬। নাকেদি তেজ ওলোৱা ৰোগীৰ মূৰত ঠাণ্ডা পানী ঢালি দিব লাগে।
(ক) লাগে
(খ) একো কৰিব নালাগে
(গ) নালাগে
উত্তৰ- (ক) লাগে ।
৭। নাকেদি তেজ ওলোৱা ৰোগীৰ নাকৰ ওপৰত ঠাণ্ডা পতি লগাব লাগে।
(ক) লাগে
(খ) নালাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (ক) লাগে ।
৮। নাকেদি তেজ ওলোৱা ৰোগীৰ মূৰৰ তলত কোনো গাৰু আদি দিব নালাগে।
(ক) লাগে
(খ) নালাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (ক) লাগে ।
৯। নাকেদি তেজ ওলোৱা ৰোগীৰ নাকত ভিতৰত আঙুলি আদি ভৰাব নালাগে।
(ক) লাগে
(খ) নালাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (খ) নালাগে ।
১০। নাকেদি তেজ ওলোৱা ৰোগীয়ে নাকত হেঁচা, খুন্দা মৰা অথবা নাকত জোৰ পৰা কাম কৰিব নালাগে।
(ক) লালে
(খ) নালাগে
(গ) একো কৰিব নালাগে
উত্তৰ- (খ) নালাগে ।
Type by- Bikul Mandal