Chapter- 2
সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ
১। মেলেৰিয়া কি?
(ক) মেলেৰিয়া এবিধ খোৱা বস্তু
(খ) মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ
(গ) মেলেৰিয়া এটা ভাল বস্তু
উত্তৰ- (খ) মেলেৰিয়া এবিধ সংক্ৰামক ৰোগ ।
২। পৃথিৱীৰ প্ৰায় সকলো ঠাইতে মহ পোৱা যায় নে।
(ক) নাযায়
(খ) যায়
(গ) পাঠত দিয়া নাই
উত্তৰ- (খ) যায় ।
৩। দূষিত পানী খাব লাগে।
(ক) নালাগে
(খ) লাগে
(গ) পাঠত দিয়া নাই
উত্তৰ- (ক) নালাগে।
৪। যেতিয়া এজন মানুহৰ কাহ আৰু হাঁচি হয় তেতিয়া কি কৰিব লাগে।
(ক) মানুহজনৰ ওচৰত থাকিব লালগে
(খ) মানুহজনৰ দূৰত থাকিব লাগে
(গ) মানুহজনৰ লগত কথা পাতি থাকিব লাগে
উত্তৰ- (খ) মানুহজনৰ দূৰত থাকিব লাগে ।
৫। বেমাৰসমূহৰ সঠিক ভাৱে চিনাক্ত কৰিবলৈ আমি চিকিৎসকৰ পৰামৰ্শ লব লাগে
(ক) নালাগে
(খ) লাগে
(গ) পাঠটোত দিয়া নাই
উত্তৰ- (খ) লাগে ।
৬। মতা মহতকৈ মাইকী মহ কিছুদিন বেছিকৈ জীয়াই থাকে।
(ক) হয়
(খ) নহয়
(গ) পাঠটোত দিয়া নাই
উত্তৰ- (ক) হয় ।
৭। মহৰ দৰেই মাখিৰ শৰীৰতো কেইটা ভাগত ভাগ কৰিব পাৰি।
(ক) ১ টা
(খ) ২ টা
(গ) ৩ টা
উত্তৰ- (গ) ৩ টা ।
৮। মহৰ দৰেই মাখিৰ শৰীৰতো কি কি ভাগত ভাগ কৰা হৈছে।
(ক) পাখি, মূৰ আৰু খুং
(খ) মূৰ, বুকু আৰু উদৰ
(গ) চৰাই, পখিলা আৰু জন্তু
উত্তৰ- (খ) মূৰ, বুকু আৰু উদৰ ।
৯। মাখিয়ে এবাৰত কিমাটা কণী পাৰে।
(ক) এশ বিশৰ পৰা এশ পঞ্চাশ টা পাৰে
(খ) দুশ দহ পৰা দুশ পঞ্চাশ টা পাৰে
(গ) পঞ্চাশ টা পৰা নবৈটা পাৰে
উত্তৰ- (ক) এশ বিশৰ পৰা এশ পঞ্চাশ টা পাৰে ।
১০। মহৰ দৰেই মাখিৰো জীৱনকাল কিমান।
(ক) এশ সপ্তাহ মাত্ৰ
(খ) দুশ সপ্তাহ মাত্ৰ
(গ) তিনি সপ্তাহ মাত
উত্তৰ- (খ) দুশ সপ্তাহ মাত্ৰ ।
Type by- Bikul Mandal