Chapter- 1
পুষ্টিকাৰক দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ
১। আমি সকলোৱে জীয়াই থাকিবলৈ কি প্ৰয়োজন।
(ক) গাড়ী
(খ) আহাৰ
(গ) mobile
উত্তৰ- (খ) আহাৰ ।
২। আহাৰত থকা প্ৰধান পুষ্টিকাৰ দ্ৰব্যবোৰ নাম কি।
(ক) প্ৰটিন, কাৰ্ব’হাইড্ৰেট, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।
(খ) ভেণ্ডি, লাউ, ৰঙালাউ, পালেং, লাই ।
(গ) গাখীৰ, পনীৰ, দৈ, কণী, মাছ, মাংস।
উত্তৰ- (ক) প্ৰটিন, কাৰ্ব’হাইড্ৰেট, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। ।
৩। শৰীৰত শক্তিৰ কিহে যোগান ধৰে।
(ক) প্ৰটিন
(খ) কাৰ্ব’হাইড্ৰেট
(গ) ভিটামিন
উত্তৰ- (খ) কাৰ্ব’হাইড্ৰেট ।
৪। ভিটামিন কি অভাৱত কুকুৰীকণা ৰোগ সৃ্ষ্টি কৰে।
(ক) ভিটামিন ‘A’
(খ) ভিটামিন ‘B’
(গ) ভিটামিন ‘C’
উত্তৰ- (ক) ভিটামিন ‘A’ ।
৫। কি ভিটামিন অভাৱত স্কাৰ্বি নামৰ ৰোগ সৃষ্টি হয়।
(ক) ভিটামিন ‘C’
(খ) ভিটামিন ‘B’
(গ) ভিটামিন ‘A’
উত্তৰ- (ক) ভিটামিন ‘C’ ।
৬। ভিটামিন ‘বি’ৰ অভাৱত কি ৰোগ সৃষ্টি হয়।
(ক) বেৰী বেৰী
(খ) স্কাৰ্ভি
(গ) ৰিকেটচ্
উত্তৰ- (ক) বেৰী বেৰী ।
৭। আহাৰ পৰা আমি কি পাওঁ।
(ক) অক্সিজেন
(খ) কাম কৰিবলৈ শক্তি পাওঁ
(গ) পাঠটোত দিয়া নাই
উত্তৰ- (খ) কাম কৰিবলৈ শক্তি পাওঁ ।
৮। ভিটামিন ‘C’ অভাৱত কি ৰোগ সৃষ্টি হয়।
(ক) কুকুৰীকণা
(খ) বেৰী বেৰী
(গ) স্কাৰ্ভি
উত্তৰ- (গ) স্কাৰ্ভি ।
৯। ভিটামিন ‘A’ অভাৱত কি ৰোগ সৃষ্টি হয়।
(ক) স্কাৰ্ভি
(খ) কুকুৰীকণা
(গ) বেৰী বেৰী
উত্তৰ- (খ) কুকুৰীকণা ।
১০। ভিটামিন কেইপ্ৰকাৰৰ।
(ক) ৫ প্ৰকাৰৰ
(খ) ৬ প্ৰকাৰৰ
(গ) ৭ প্ৰকাৰৰ
উত্তৰ- (খ) ৬ প্ৰকাৰৰ ।
Type by- Bikul Mandal