Chapter-7
অহঙ্কাৰ
১। বিৰিখৰ অৰ্থ কি ?
(ক) বৃক্ষ
(খ) ডাঙৰ গছ
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।
২। নিকা অৰ্থ কি ?
(ক) চাফা
(খ) লেতেৰা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) চাফা।
৩। গপৰ অৰ্থ কি ?
(ক) ভেম
(খ) অহংকাৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) ভেম।
৪। কি আহিলে ধূলি কণিকা বোৰ অলপ পাতল হয় ?
(ক) বৰষুণ দিলে
(খ) বতাহমাৰিলে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) বৰষুণ দিলে।
৫। খৰালি দিনত বেছিকৈ কি হয় ?
(ক) বৰষুণ হয়
(খ) ধূলি হয়
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) ধূলি হয়।
৬। ওখন্দা মানে কি ?
(ক) ফুলি নোঠা
(খ) ফুলি উঠা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) ফুলি উঠা।
৭। কবিতাটোৰ কবিজনৰ নাম কি ?
(ক) অতুলানন্দ গোস্বামী
(খ) ৰঘুনাথ চৌধাৰী
(গ) হৰিনাৰায়াণ দত্তবৰুৱা
উত্তৰঃ (খ) ৰঘুনাথ চৌধাৰী।
৮। খৰালি অৰ্থ কি ?
(ক) খৰাং
(খ) বাৰিষা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) খৰাং।
৯। চাফা অৰ্থ কি ?
(ক) পৰিস্কাৰ
(খ) নিকা
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।
১০। বৃক্ষ অৰ্থ কি ?
(ক) বিৰিখ
(খ) গছ
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।
১১। গছ-লতা তৃণ __________ আদি ধূলিৰে উপচি পৰা ।
(ক) ঘৰ-বাৰী
(খ) শিৰৰ ভূষণ
(গ) এটাও নহয়
উত্তৰঃ (ক) ঘৰ-বাৰী।
১২। ভূষণ শব্দৰ অৰ্থ কি ?
(ক) খৰতকীয়া
(খ) খৰাং
(গ) অলংকাৰ
উত্তৰঃ (গ) অলংকাৰ।
১৩। কবিতাটোত থকা চকুৰে মণিব নোৱাৰা বস্তুটো কি ?
(ক) ক্ষুদ্ৰ ধূলিকণা
(খ) শিৰৰ ভূষণ
(গ) নিকা
উত্তৰঃ (ক) ক্ষুদ্ৰ ধূলিকণা।
১৪। ধূলিকণাবোৰ ক’ত পৰে ?
(ক) গছ-লতাত
(খ) দশোদিশে
(গ) এটাও নহয়
উত্তৰঃ (খ) দশোদিশে।
১৫। ধূলিৰে কি কি উপচি পৰে ?
(ক) গছ-লতা, ঘৰ-বাৰী আদি
(খ) ওখ অট্টালিকা
(গ) সৰু পজা
উত্তৰঃ (ক) গছ-লতা, ঘৰ-বাৰী আদি।
১৬। ৰজা-মহাৰজা কাৰ শিৰৰ ভূষণ হয় ?
(ক) বামুণৰ
(খ) সাধু মহন্তৰ
(গ) ধূলিকণাৰ
উত্তৰঃ (খ) সাধু মহন্তৰ।
১৭। গপত ওফন্দা কাৰ চিন-চাব মাৰ গ’ল ?
(ক) ধূলি-কণাৰ
(খ) শিৰৰ ভূষণৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) ধূলি-কণাৰ।
১৮। হঠাতে এদিন বৰষুণ পৰি কি হ’ল ?
(ক) খৰাং হ’ল
(খ) গছ-লতা লেটেৰা হ’ল
(গ) গছ-লতা নিকা হ’ল
উত্তৰঃ (গ) গছ-লতা নিকা হ’ল।
১৯। কি দিনত দশোদিশে ধূলিৰে ভৰি থাকে ?
(ক) বাৰিষা দিনত
(খ) খৰালি দিনত
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) খৰালি দিনত।
২০। ৰজা-মহাৰজা সাধু মহন্তৰো _____________ হয় ।
(ক) শিৰৰ ভূষণ
(খ) ভূল-ভান্তি
(গ) এটাও নহয়
উত্তৰঃ (ক) শিৰৰ ভূষণ।
Type By- Subhas Nath