Chapter-17
জোনাক নিশা
১। জেউতি অৰ্থ কি ?
(ক) আন্ধাৰ
(খ) পোহৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) পোহৰ।
২। জোনাক ৰাতিৰ শোভা দেখি তোমাৰ কেনে লাগে ?
(ক) বেয়া লাগে
(খ) দেখিলেই দেহ-মন জুৰ পৰি যায়
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) দেখিলেই দেহ-মন জুৰ পৰি যায়।
৩। বিতোপন অৰ্থ কি ?
(ক) অতি সুন্দৰ
(খ) সৌন্দৰ্য
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।
৪। জোনাক নিশা কবিতাটো কবি নাম কি ?
(ক) মিত্ৰদেৱ মহন্ত
(খ) মঃ চোলেইমান খাঁ
(গ) নৱকান্ত বৰুৱা
উত্তৰঃ (খ) মঃ চোলেইমান খাঁ।
৫। নৈ-বিল,ঘৰ-বাৰী সকলোতে জোনৰ কি পৰে ?
(ক) পোহৰ পৰে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) পোহৰ নপৰে
উত্তৰঃ (খ) মঃ চোলেইমান খাঁ।
৬। জুৰ অৰ্থ কি ?
(ক) শীতল
(খ) গৰম
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) শীতল।
৭। জোনাটিৰ কেউকাষে তৰাবোৰে কি কৰি হাঁহে আৰু নাচে ?
(ক) তিৰবিৰ কৰি হাঁহে আৰু নাচে
(খ) জকমক কৰি
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) তিৰবিৰ কৰি হাঁহে আৰু নাচে।
৮। জুৰি অৰ্থ কি ?
(ক) আগুৰি থকা
(খ) আগুৰি নধৰা
(গ) ইযাৰ পৰা এটাও নহয়
উত্তৰঃ (ক) আগুৰি থকা।
৯। শোভা অৰ্থ কি ?
(ক) সৌন্দৰ্য
(খ) পো়হৰ
(গ) ইযাৰ পৰা এটাও নহয়
উত্তৰঃ (ক) সৌন্দৰ্য।
১০। জোনটিয়ে আকাশত কি কৰি আছে ?
(ক) তিৰবিৰাই আছে
(খ) জকমক কৰি আছে
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) জকমক কৰি আছে।
১১। তৰাবোৰে কেউকাষে কি কৰি আছে ?
(ক) তিৰবিৰাই আছে
(খ) জকমক কৰি আছে
(গ) জেউতি চৰাই আছে
উত্তৰঃ (ক) তিৰবিৰাই আছে।
১২। অসীম আকাশ জুৰি শোভে ।
(ক) জোনাক
(খ) তিৰবিৰ
(গ) বিতোপন
উত্তৰঃ (গ) বিতোপন।
১৩। বিশ্বপতি শব্দৰ অৰ্থ কি ?
(ক) অতি সুন্দৰ
(খ) পৰমেশ্বৰ
(গ) সৌন্দৰ্য
উত্তৰঃ (খ) পৰমেশ্বৰ।
১৪। আকাশত জোনটি জ্বলি থাকে ।
(ক) জকমক কৰি
(খ) তিৰবিৰ কৰি
(গ) ছেও ধৰি
উত্তৰঃ (ক) জকমক কৰি।
১৫। নতি শব্দৰ অৰ্থ কি ?
(ক) গৰাকী
(খ) শীতল
(গ) এটাও নহয়
উত্তৰঃ (গ) এটাও নহয়।
১৬। সকলো শোভাৰ গিৰী কোন ?
(ক) নতি
(খ) বিশ্বপতি
(গ) আনন্দ
উত্তৰঃ (ক) নতি।
১৭। কোনেনো জোনাক ৰাতি চোৱা আজি __।
(ক) ভাই
(খ) ককাই
(গ) আই
উত্তৰঃ (ক) ভাই।
১৮। জোনাক ৰাতি শোভাৰ বাবে কবিয়ে কাৰ ওচৰত মূৰ দোৱাইছে ?
(ক) জোনটোৰ আগত
(খ) তৰাবোৰৰ আগত
(গ) বিশ্বপতিৰ আগত
উত্তৰঃ (গ) বিশ্বপতিৰ আগত।
১৯। গিৰী শব্দৰ অৰ্থ কি ?
(ক) গৰাকী
(খ) গৰখীয়া
(গ) গৰু থোৱা ঘৰ
উত্তৰঃ (ক) গৰাকী।
২০। ৰূপালী জেউতি পৰি আছে যেন ।
(ক) নাচি
(খ) হাঁহি
(গ) হালি-জালি
উত্তৰঃ (খ) হাঁহি।
Type By- Subhas Nath