Chapter-15
আমৈৰ নাতি
১) কাৱৈমাৰিত কাৰ ঘৰ আছিল ?
(ক) আমৈৰ
(খ) মাহী
(গ) তাৱৈৰ
উত্তৰঃ (গ) তাৱৈৰ।
২) আমগুৰিত কাৰ ঘৰ আছিল ?
(ক) মামা
(খ) আমৈৰ
(গ) জেঠাই
উত্তৰঃ (খ) আমৈৰ।
৩) তাৱৈ আৰু আমৈৰ জীয়েকৰ নাম কি আছিল ?
(ক) মুনু
(খ) নিকিতা
(গ) জেতুকী
উত্তৰঃ (গ) জেতুকী।
৪) তাৱৈ আৰু আমৈৰ জীয়েকক ক’লৈ বিয়া দিছিল ?
(ক) জামুগুৰিত
(খ) চৰাইবাহী
(গ) নগাঁও
উত্তৰঃ (ক) জামুগুৰিত।
৫) বাট হেৰুৱাই আমৈ ক’ত ওলালগৈ ?
(ক) ৰহা
(খ) চামগুৰি
(গ) কলিয়াবৰ
উত্তৰঃ (খ) চামগুৰি।
৬) লেৰেলা বাপু ক’ত ঘৰ আছিল ?
(ক) কেৰেলা আটিত
(খ) মৰিগাঁও
(গ) তিনিচুকিয়া
উত্তৰঃ (ক) কেৰেলা আটিত।
৭) গৰু কাৰ হেৰুৱাইছিল ?
(ক) মেধিৰ
(খ) জেতুকী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) মেধিৰ।
৮) মেমেৰা মেধিয়ে কি বিচাৰি ফুৰিছিল ?
(ক) গৰু
(খ) ছাগলী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) গৰু।
৯) আমৈয়ে মেধিক দেখি কি সুধিলে ?
(ক) জেতুকী ঘৰৰ বাট
(খ) গৰু
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) জেতুকী ঘৰৰ বাট।
১০) আমৈয়ে জেতুকীৰ ঘৰৰ বাটতো সুধোতে মেধিয়ে কি সুনিলে ?
(ক) কেতুৰী তলত গৰু আছে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) গৰুতো মৰা বুলি সুনিলে
উত্তৰঃ (ক) কেতুৰী তলত গৰু আছে।
১১। মেধিৰ হেৰুৱা দমৰা গৰুটো ক’ৰ পৰা কিনিছিল ?
(ক) চামগুৰিৰ পৰা
(খ) অমৰাগুৰিৰ পৰা
(গ) ৰহাৰ পৰা
.উত্তৰঃ (খ) অমৰাগুৰিৰ পৰা।
১২। ক’ত বহোতে আমৈৰ চকু মুদ খালে ?
(ক) আমৰ তলত
(খ) কঠালৰ তলত
(গ) এটাও নহয়
উত্তৰঃ (ক) আমৰ তলত।
১৩। দেউৰ কি হেৰাল ?
(ক) চেঁউৰী এজনি
(খ) দমৰা এটা
(গ) বলধ এহাল
উত্তৰঃ (ক) চেঁউৰী এজনি।
১৪। কোন লুটি খাই পৰিল ?
(ক) দেউ
(খ) আমৈ
(গ) লেৰেলা বাপু
উত্তৰঃ (গ) লেৰেলা বাপু।
১৫। কোনে নিজৰ চিনাকি দি জীয়েকৰ কথা ক’লে ?
(ক) তাৱৈয়ে
(খ) আমৈয়ে
(গ) লেৰেলা বাপুয়ে
উত্তৰঃ (খ) আমৈয়ে।
১৬। ভাদমহীয়া __________ গৰুৰহে জগিছে দমৰা ।
(ক) চেঁউৰি
(খ) বগী
(গ) ক’লী
উত্তৰঃ (গ) ক’লী।
১৭। তেওঁ বাট _________ চামগুৰিত ওলালগৈ ।
(ক) হেৰুৱায়
(খ) হেৰুৱাই
(গ) হেৰায়
উত্তৰঃ (খ) হেৰুৱাই।
১৮। আমৈৰ নাতি জন্মিছিলনে ?
(ক) জন্মিছিল
(খ) নাই জন্মা
(গ) এটাও নহয়
উত্তৰঃ (ক) জন্মিছিল।
১৯। “নাতি হোৱাৰ খবৰ জানো পায় ?” এই কথাযাৰি কোনে কৈছিল ?
(ক) তাৱৈয়ে
(খ) আমৈয়ে
(গ) নাতি টোৱে
উত্তৰঃ (খ) আমৈয়ে।
২০। চেঁউৰি বুলি ডিঙিত লগালে _______ বন্ধা ফই ।
(ক) হাতী
(খ) দমৰা
(গ) চকু
উত্তৰঃ (ক) হাতী।
Type By- Subhas Nath