Chapter- 14
ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম
১) প্ৰাচীন কালত অসমখন কি বুলি জনাজাত আছিল ?
(ক) কামৰূপ ৰাজ্য নামেৰে
(খ) অহম নামেৰে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) কামৰূপ ৰাজ্য নামেৰে।
২) প্ৰায় কিমান বছৰ আগতে অসমখন ৰাজত্ব কৰিছিল ?
(ক) প্ৰায় এহেজাৰ চাৰিশ বছৰ
(খ) প্ৰায় দুহেজাৰ পাঁচশ বছৰ
(গ) প্ৰায় তিনিহেজাৰ সাতশ বছৰ
উত্তৰঃ (ক) প্ৰায় এহেজাৰ চাৰিশ বছৰ।
৩) ভাস্কৰবৰ্মাৰ পিতৃৰ নাম কি ?
(ক) সুস্থিতবৰ্মা
(খ) গৰ্গৰাম বৰুৱা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) সুস্থিতবৰ্মা।
৪) ভাস্কৰবৰ্মা শেষ ৰজা কোন আছিল ?
(ক) নৰকাসুৰ
(খ) ভৌমবৰ্মন বংশৰ
(গ) চন্দ্ৰগুপ্ত
উত্তৰঃ (খ) ভৌমবৰ্মন বংশৰ।
৫) ভাস্কৰবৰ্মাৰ পূৰ্বপুৰুষ কোন আছিল ?
(ক) নৰকাসুৰ আছিল
(খ) চন্দ্ৰগুপ্ত আছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) নৰকাসুৰ আছিল।
৬) হিউৱেন চাঙে ৰচনা কৰা পুথিখনৰ নাম কি ?
(ক) চিউ কি
(খ) জুনুকা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) চিউ কি।
৭) হিউৱেন চাং কামৰূপলৈ কিমান মাহৰ বাবে আছিল ?
(ক) দুমাহৰ বাবে
(খ) এমাহৰ বাবে
(গ) চাৰিমাহৰ বাবে
উত্তৰঃ (খ) এমাহৰ বাবে।
৮) ভাস্কৰবৰ্মা আৰু সম্ৰাট হৰ্ষবৰ্ধ মাজত কি আছিল ?
(ক) বন্ধুত্ব
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) শত্ৰু
উত্তৰঃ (ক) বন্ধুত্ব।
৯) কামৰূপ ৰাজ্যৰ মাটি কেনেকোৱা আছিল ?
(ক) সাৰুৱা
(খ) দ
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।
১০) সুস্থিতবৰ্মা পুত্ৰ দুজনৰ নাম কি আছিল ?
(ক) প্ৰতিষ্টিতবৰ্মা আৰু ভাস্কৰবৰ্মা
(খ) বিদ্যোৎসাহী আৰু পৰাক্ৰমী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) প্ৰতিষ্টিতবৰ্মা আৰু ভাস্কৰবৰ্মা।
১১। ৰজা ভাস্কৰবৰ্মা কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল ?
(ক) চিকাৰী প্ৰকৃতিৰ
(খ) সু-সংস্কৃতিবান আৰু প্ৰজাহিতৈষী
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) সু-সংস্কৃতিবান আৰু প্ৰজাহিতৈষী।
১২। কামৰূপ ৰাজ্য়ৰ পৰিসীমা এতিয়াৰ অসমতকৈ কিমান ডাঙৰ আছিল ?
(ক) কেইবাগুণ
(খ) আধা বীঘা
(গ) এটাও নহয়
উত্তৰঃ (ক) কেইবাগুণ।
১৩। ভাস্কৰবৰ্মাৰ ৰাজ্য কোন ঠাইলৈ বিস্তৃত আছিল ?
(ক) অৰুণাচলৰ সীমালৈ
(খ) চীন দেশৰ দক্ষিণলৈ
(গ) অৰুণাচলৰ দক্ষিণ সীমালৈ
উত্তৰঃ (খ) চীন দেশৰ দক্ষিণলৈ।
১৪। ভাস্কৰবৰ্মা কোন বংশৰ শেষ ৰজা আছিল ?
(ক) ভৌমবৰ্মন
(খ) ভৌমবৰ্মা
(গ) আহোম
উত্তৰঃ (ক) ভৌমবৰ্মন।
১৫। কাৰ মৃত্যুৰ পাছত প্ৰতিষ্ঠিতবৰ্মা ৰজা হয় ?
(ক) ভাস্কৰবৰ্মাৰ মৃত্যুৰ পাছত
(খ) সুস্থিতবৰ্মাৰ মৃত্যুৰ পাছত
(গ) নৰকাসুৰৰ মৃত্যুৰ পাছত
উত্তৰঃ (খ) সুস্থিতবৰ্মাৰ মৃত্যুৰ পাছত।
১৬। কাৰ মৃত্যুৰ পাছত ভাস্কৰবৰ্মা ৰাজসিংহাসনত বহে ?
(ক) সুস্থতবৰ্মাৰ মৃত্যুৰ পাছত
(খ) প্ৰতিষ্ঠিতবৰ্মাৰ মৃত্যুৰ পাছত
(গ) নৰকাসুৰৰ মৃত্যুৰ পাছত
উত্তৰঃ (খ) প্ৰতিষ্ঠিতবৰ্মাৰ মৃত্যুৰ পাছত।
১৭। অব্দ মানে কি ?
(ক) দিন
(খ) এটা নতুন পথ
(গ) বছৰ
উত্তৰঃ (গ) বছৰ।
১৮। বৌদ্ধধৰ্ম কোনে প্ৰচাৰ কৰিছিল ?
(ক) হিউৱেন চাঙে
(খ) ভাস্কৰবৰ্মাই
(গ) হৰ্ষবৰ্ধনে
উত্তৰঃ (ক) হিউৱেন চাঙে।
১৯। মোহনা শব্দৰ অৰ্থ কি ?
(ক) নদীৰ মুখ
(খ) শেষ সীমা
(গ) নাৰিকলৰ বাকলি
উত্তৰঃ (ক) নদীৰ মুখ।
২০। ভাস্কৰবৰ্মাই শশাংকক ৰণত হৰুৱাই কি অধিকাৰ কৰি লয় ?
(ক) কামৰূপ
(খ) কৰ্ণসুৱৰ্ণ
(গ) কনৌজ
উত্তৰঃ (খ) কৰ্ণসুৱৰ্ণ।
Type By- Subhas Nath