Chapter-11
ৰাঙলী বুঢ়ীৰ দান
১) ৰাঙলী বঢ়ীৰ পুতেকৰ নাম কি ?
(ক) ৰঙামুৱা
(খ) দিগন্ত
(গ) শিৱ
উত্তৰঃ (ক) ৰঙামুৱা।
২। আহোম ৰজা কোন আছিল ?
(ক) চন্দ্ৰগুপ্ত
(খ) চন্দ্ৰকান্ত সিংহ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) চন্দ্ৰকান্ত সিংহ।
৩। ইংৰাজ চৰকাৰে মানক খেদি অসম ৰাজ্য দখল কিমান চনত লৈছিল ?
(ক) ১৮২৭ চনত
(খ) ১৮২৬ চনত
(গ) ১৯০৭ চনত
উত্তৰঃ (খ) ১৮২৬ চনত।
৪। ব্ৰহ্মদেশৰ বৰ্তমান নাম কি ?
(ক) ম্যানমাৰ
(খ) অৰুণাচল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) ম্যানমাৰ।
৫।মানৰ ভয়ত মানুহে ঘৰ বাৰী এৰি ক’ত পলাই গৈছিল ?
(ক) ঘৰত গৈছিল
(খ) হাবিত লুকাই আছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) হাবিত লুকাই আছিল।
৬। মানে কেইবাৰকৈ অসম আক্ৰমণ কৰিছিল ?
(ক) চাৰিবাৰকৈ
(খ) পাঁচবাৰকৈ
(গ) তিনিবাৰকৈ
উত্তৰঃ (গ) তিনিবাৰকৈ।
৭। ইংৰাজ চৰকাৰে মানক খেদি কিমান অসম ৰাজ্য় দখল কৰিছিল ?
(ক) ১৮৩৪ খৃষ্টাব্দত
(খ) ১৮২৬ খৃষ্টাব্দত
(গ) ১৯২০ খৃষ্টাব্দত
উত্তৰঃ (খ) ১৮২৬ খৃষ্টাব্দত।
৮। ৰাঙলী বুঢ়ীৰ দান কবিতাটো কবিজনৰ নাম কি ?
(ক) বিনন্দচন্দ্ৰ বৰুৱা
(খ) মিত্ৰদেৱ মহন্ত
(গ) নৱকান্ত বৰুৱা
উত্তৰঃ (ক) বিনন্দচন্দ্ৰ বৰুৱা।
৯। সিধা অৰ্থ কি ?
(ক) ভোজন ৰান্ধিবলৈ দিয়া খাদ্য সামগ্ৰী
(খ) ব্যৱহাৰ কৰা সামগ্ৰী
(গ) ইযাৰ পৰা এটাও নহয়
উত্তৰঃ (ক) ভোজন ৰান্ধিবলৈ দিয়া খাদ্য সামগ্ৰী।
১০। কৱচৰ অৰ্থ কি ?
(ক) অঙ্গবস্ত্ৰ
(খ) যঁজুত পিন্ধিবলৈ এৰাতিতে বৈ দিয়া বস্ত্ৰ
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়।
১১। ৰাঙলী বুঢ়ীয়ে জীৱন-মৰণ ভৰিৰে গছকি কি বাছি ল’লে ?
(ক) যশ-মান
(খ) গুণ-গৰিমা
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) যশ-মান।
১২। ব্য়াকৰণত পুৰুষ বুজোৱা শব্দক কি বোলে ?
(ক) স্ত্ৰীলিংগ
(খ) পুংলিংগ
(গ) উভয়লিংগ
উত্তৰঃ (খ) পুংলিংগ।
১৩। মা শব্দটোৰ বিপৰীত লিংগটো কি ?
(ক) মামী
(খ) মাহী
(গ) দেউতা
উত্তৰঃ (গ) দেউতা।
১৪। মান কি আছিল ?
(ক) ইংৰাজ জাতি
(খ) ব্ৰহ্মদেশৰ এটা বৰ্বৰ জাতি
(গ) এটাও নহয়
উত্তৰঃ (খ) ব্ৰহ্মদেশৰ এটা বৰ্বৰ জাতি।
১৫। আঁচলৰ ধন মানে কি ?
(ক) মৰমৰ সম্পত্তি
(খ) সঞ্চয় কৰা টকা
(গ) বিয়া-সবাহৰ বাবে সঞ্চয় কৰা টকা
উত্তৰঃ (ক) মৰমৰ সম্পত্তি।
১৬। স্বৰ্গদেউ ঈশ্বৰৰ সোণৰ দেশ কোনে ভাঙিছে বুলি কৈছে ?
(ক) ৰঙামুৱাই
(খ) ৰঙামুৱাৰ পিতাকে
(গ) মানে
উত্তৰঃ (গ) মানে।
১৭। মানৰ যুঁজত কোন ঢুকাইছিল ?
(ক) পিতা
(খ) মা
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) পিতা।
১৮। স্ত্ৰীলিংগ কাক বোলে ?
(ক) পুৰুষ বুজোৱা শব্দক
(খ) শিক্ষক-শিক্ষয়িত্ৰী বুজোৱা শব্দক
(গ) স্ত্ৰী বুজোৱা শব্দক
উত্তৰঃ (গ) স্ত্ৰী বুজোৱা শব্দক।
১৯। ছাত্ৰ শব্দৰ বিপৰীত লিংগটো কি ?
(ক) ছাত্ৰী
(খ) পুত্ৰী
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) ছাত্ৰী।
২০। দা-যাঠি লৈ, _____________, বেগতে এমুঠি খাই ।
(ক) ওলাই আহ
(খ) যা লৰালৰি
(গ) এটাও নহয়
উত্তৰঃ (খ) যা লৰালৰি।
Type By- Subhas Nath