Chapter- 9
ৰাক্ষসী শূৰ্পনখাৰ নাক কটা গ’ল
১। কোন কোন চিত্ৰকূটত বহুদিন থাকিলে ?
(ক) ভৰত, শত্ৰুঘ্ন, সীতা
(খ) ৰাম, লক্ষ্মণ, সীতা
(গ) ইঅয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ৰাম, লক্ষ্মণ, সীতা ।
২। ৰাম তাৰ পাছত কোন দিশত আগবাঢ়ি গ’ল ?
(ক) দক্ষিণফালে
(খ) পশ্চিমফালে
(গ) উত্তৰফালে
উত্তৰ- (ক) দক্ষিণফালে ।
৩। ৰামহঁতে বাটত কোন মুনিৰ আশ্ৰম দেখিলে ?
(ক) অগস্ত্যমুনি
(খ) বশিষ্ঠমুনি
(গ) বিশ্বামিত্ৰ
উত্তৰ- (ক) অগস্ত্যমুনি ।
৪। শূৰ্পনখা কোন আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) ৰামৰ ভনীয়েক
(গ) ৰাৱণৰ ভনীয়েক
উত্তৰ- (গ) ৰাৱণৰ ভনীয়েক ।
৫। মুনিয়ে ৰামক কি দিছিল
(ক) তৰুৱাল
(খ) ধনৃু, বাণ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ধনৃু, বাণ ।
৬। পঞ্চৱটী কোন নৈৰ পাৰত আছিল ?
(ক) যমোনা নৈ
(খ) গংগা নৈ
(গ) গোদাবৰী নৈ
উত্তৰ- (গ) গোদাবৰী নৈ ।
৭। ৰাম আৰু লক্ষ্মণ দেখাত কেনেকুৱা আছিল ?
(ক) ধুনীয়া
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ভাল নাছিল
উত্তৰ- (ক) ধুনীয়া ।
৮। কোন ৰাম-লক্ষ্মণৰ ৰূপত মোহিত হৈছিল ?
(ক) সীতা
(খ) শূৰ্পনখা
(গ) মোহিনী
উত্তৰ- (খ) শূৰ্পনখা ।
৯। কোনে ৰামক বিয়াৰ প্ৰস্তাৱ দিলে ?
(ক) শূৰ্পনখা
(খ) মোহিনী
(গ) সীতা
উত্তৰ- (ক) শূৰ্পনখা ।
১০। শূৰ্পনখা খঙত কাৰ ওচৰলৈ গৈছিল ?
(ক) খৰ আৰু দূষণৰ
(খ) ৰাৱণৰ আৰু কুম্ভকৰ্ণ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) খৰ আৰু দূষণৰ ।
Type by- Bikul Mandal