Chapter- 6
মন্থৰাৰ কূট-বুদ্ধি
১। ভৰতৰ মোমায়েকৰ নাম কি ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) নাচিকেতা
(গ) যুধাজিৎ
উত্তৰ- (গ) যুধাজিৎ ।
২। তেওঁ কোন দেশৰ ৰজা আছিল ?
(ক) ভাৰত
(খ) ৰাছিয়া
(গ) কেকয়
উত্তৰ- (গ) কেকয়।
৩। তেওঁ কাৰ বিয়ালৈ আহিছিল ?
(ক) ভৰতৰ
(খ) ৰামচন্দ্ৰৰ
(গ) লক্ষ্মণৰ
উত্তৰ- (খ) ৰামচন্দ্ৰৰ ।
৪। মোমায়েকে ঘূৰি যোৱাত কাক লগত লৈ গৈছিল ?
(ক) ৰাম আৰু লক্ষ্মণ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ভৰত আৰু শক্ৰঘ্ন
উত্তৰ- (গ) ভৰত আৰু শক্ৰঘ্ন ।
৫। প্ৰজায়ে ৰামক কিয় ভাল পাইছিল ?
(ক) দুষ্ট স্বভাৱৰ বাবে
(খ) খং কৰা স্বভাৱৰ বাবে
(গ) উত্তম আৰু ভাল স্বভাৱৰ বাবে
উত্তৰ- (গ) উত্তম আৰু ভাল স্বভাৱৰ বাবে ।
৬। কোন বুঢ়া হৈ পৰিছিল ?
(ক) জনক
(খ) ৰাৱণ
(গ) দশৰথ
উত্তৰ- (গ) দশৰথ ।
৭। দশৰথে কাক যুৱৰাজ পাতিবলৈ স্থিৰ কৰিলে ?
(ক) ৰামক
(খ) ভৰতক
(গ) লক্ষ্মণক
উত্তৰ- (ক) ৰামক ।
৮। কোনে বৰ আনন্দ পইছিল ?
(ক) প্ৰজায়ে আনন্দ পালে
(খ) তিনিগৰাকী মাকে আনন্দ পালে
(গ) ওপৰৰ দুয়োতায়ে শুদ্ধ
উত্তৰ- (গ) ওপৰৰ দুয়োতায়ে শুদ্ধ ।
৯। কুঁজী দাসীৰ নাম কি আছিল ?
(ক) কৈকেই
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মন্থৰা
উত্তৰ- (গ) মন্থৰা ।
১০। কোনে ৰামক যুৱৰাজ পাতা দেখি বেয়া পাইছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) কৈকেই
(গ) মন্থৰা
উত্তৰ- (গ) মন্থৰা ।
Type by- Bikul Mandal