Chapter- 5
পৰশুৰামৰ ত্ৰুোধশান্ত কৰিলে
১। সকলোৱে কাক প্ৰণাম কৰিলে ?
(ক) পৰশুৰামক
(খ) ৰামক
(গ) লক্ষ্মণক
উত্তৰ- (ক) পৰশুৰামক ।
২। পৰশুৰামৰ কিয় খং উঠিছিল ?
(ক) ৰামৰ লগত সীতা বিবাহ হোৱা কাৰণে
(খ) ৰামে হৰধনুখন ভাঙা কাৰণে
(গ) ইয়াৰ পৰা এঠাও নহয়
উত্তৰ- (খ) ৰামে হৰধনুখন ভাঙা কাৰণে ।
৩। পৰশুৰামে কেনেকুৱা ৰজাৰ বধ কৰিছিল ?
(ক) ইয়াৰ পৰা এঠাও নহয়
(খ) দুষ্ট ৰজাৰ
(গ) ভাল ৰজাৰ
উত্তৰ- (খ) দুষ্ট ৰজাৰ ।
৪। হৰধনুখন ভঙা দেখি পৰশুৰামৰ কাৰ ওপৰত খং উঠিছিল ?
(ক) লক্ষ্মণৰ
(খ) জনকৰ
(গ) ৰামৰ
উত্তৰ- (গ) ৰামৰ ।
৫। তাকে দেখি খং উঠিল ?
(ক) লক্ষ্মণ
(খ) জনকৰ
(গ) ৰামৰ
উত্তৰ- (ক) লক্ষ্মণ ।
৬। কোনে পৰশুৰামক ৰণলৈ আহ্বান জনালে ?
(ক) ৰামে
(খ) জনকে
(গ) লক্ষ্মণে
উত্তৰ- (গ) লক্ষ্মণে ।
৭। ৰাম কেনেকুৱা স্বভাৱৰ আছিল ?
(ক) দুষ্ট স্বভাৱৰ
(খ) শান্ত স্বভাৱৰ
(গ) খং স্বভাৱৰ
উত্তৰ- (খ) শান্ত স্বভাৱৰ ।
৮। কোনে ডাঙৰক সদায় সন্নন কৰিছিল ?
(ক) জনকে
(খ) লক্ষ্মণে
(গ) ৰামে
উত্তৰ- (গ) ৰামে ।
৯। ৰামে কাক বুজালে ?
(ক) লক্ষ্মণক
(খ) জনকক
(গ) পৰশুৰামক
উত্তৰ- (ক) লক্ষ্মণক ।
১০। ৰামে মিঠা কথাতে কাৰ খং শান্ত কৰিলে ?
(ক) জনকৰ
(খ) লক্ষ্মণৰ
(গ) পৰশুৰামৰ
উত্তৰ- (গ) পৰশুৰামৰ ।
Type by- Bikul Mandal