Chapter- 24
ৰাৱণ বধ
১) লঙ্কা ৰজা কোন আছিল ?
(ক) মেঘনাদৰ
(খ) ৰাৱণ
(গ) বিভীষণ
উত্তৰঃ (খ) ৰাৱণ।
২) কাৰ সকলো প্ৰধান বীৰৰ মৃত্যু হৈছিল ?
(ক) ৰাৱণৰ
(খ) বিভীষণ
(গ) মেঘনাদৰ
উত্তৰঃ (খ) বিভীষণ।
৩) ৰাৱণক কোনে সীতা ঘূৰাই দিব দিছিল ?
(ক) মোহিনী
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মন্দোদৰীয়ে
উত্তৰঃ (গ) মন্দোদৰীয়ে।
৪) কোন মহান,দয়ালু আৰু ৰাৱণক ক্ষমা কৰিব ?
(ক) লক্ষ্মণ
(খ) ৰাম
(গ) হনুমান
উত্তৰঃ (খ) ৰাম।
৫) কাৰ মূৰৰ ওপৰত কালে নাচি আছিল ?
(ক) ৰাৱণৰ
(খ) ৰামৰ
(গ) লক্ষ্মণৰ
উত্তৰঃ (ক) ৰাৱণৰ।
৬) কাৰ নিজৰ ওপৰত বৰ গৰ্ব আছিল ?
(ক) কুম্ভকৰ্ণৰ
(খ) মেঘনাদৰ
(গ) ৰাৱণৰ
উত্তৰঃ (গ) ৰাৱণৰ।
৭) ৰাম-ৰাৱণৰ যুদ্ধ কেইদিন হৈছিল ?
(ক) ১৫ দিন
(খ) ১৩ দিন
(গ) ১২ দিন
উত্তৰঃ (খ) ১৩ দিন।
৮) চৈধ্য দিনৰ দিনা কোনে নিজে ৰণথলীলৈ আহিছিল ?
(ক) ৰামে
(খ) হনুমানে
(গ) ৰাৱণে
উত্তৰঃ (গ) ৰাৱণে।
৯) কোনে সোণৰ ৰথত উঠি আহিছিল ?
(ক) ৰাৱণে
(খ) ৰাম
(গ) মেঘনাদে
উত্তৰঃ (ক) ৰাৱণে।
১০) ৰাৱণৰ কোনে মাৰিছিল ?
(ক) হনুমানে
(খ) ৰামে
(গ) লক্ষ্মণে
উত্তৰঃ (খ) ৰামে।
Type By- Subhas Nath