Chapter-21
হনুমানে সঞ্জীৱনী আনিলে
১) কোনে সঞ্জীৱনী আনিলে ?
(ক) ৰামে
(খ) হনুমানে
(গ) অঙ্গদে
উত্তৰঃ (খ) হনুমানে।
২) কাৰ মূৰ্ছা গৈছিল ?
(ক) ৰামৰ
(খ) হনুমানৰ
(গ) লক্ষ্মণৰ
উত্তৰঃ (গ) লক্ষ্মণৰ।
৩) কি কাৰণে ডাঙৰ ডাঙৰ বেজ-কবিৰাজক মাতি আনিছিল ?
(ক) ৰামৰ মূৰ্ছা যোৱা কাৰণে
(খ) লক্ষ্মণৰ মূৰ্ছা যোৱা কাৰণে
(গ) অঙ্গদ মূৰ্ছা যোৱা কাৰণে
উত্তৰঃ (খ) লক্ষ্মণৰ মূৰ্ছা যোৱা কাৰণে।
৪) বিভীষণে কাক লঙ্কাৰ পৰা সুষেণ বেজক মাতিৱলৈ কৈছিল ?
(ক) হনুমানক
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ৰামক
উত্তৰঃ (ক) হনুমানক।
৫) হনুমানে কাক ঘৰৰ সৈতে উঠাই আনিলে ?
(ক) সুষেণ বেজক
(খ) নাচিকেত বেজক
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) সুষেণ বেজক।
৬) সঞ্জীৱনী থকা পৰ্বতৰ নাম কি ?
(ক) নীলাচ পৰ্বত
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) দ্ৰোণ পৰ্বত
উত্তৰঃ (গ) দ্ৰোণ পৰ্বত।
৭) আনন্দৰ বিপৰীত শব্দ কি ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) দুখ
(গ) সুখ
উত্তৰঃ (গ) সুখ।
৮)বাটত হনুমানে ৰাৱণৰ কোন বন্ধু লগ পালে ?
(ক) কালনেমি নামৰ ৰাক্ষস
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) নাচিকে নামৰ ৰাৈক্ষস
উত্তৰঃ (ক) কালনেমি নামৰ ৰাক্ষস।
৯) ভৰতে কাক দেখা পালে ?
(ক) ৰামক
(খ) লক্ষ্মণক
(গ) হনুমানক
উত্তৰঃ (গ) হনুমানক।
১০) হনুমানে কাৰ কাৰণে সঞ্জীৱনী আনিলে ?
(ক) ৰামৰ কাৰণে
(খ) লক্ষ্মণৰ কাৰণে
(গ) অঙ্গদ কাৰণে
উত্তৰঃ (খ) লক্ষ্মণৰ কাৰণে।
Type By- Subhas Nath