Chapter-19
অঙ্গদৰ ভৰি
১) ৰামে কি কৰিব বিচৰা নাছিল ?
(ক) সীতা আনিব বিচৰা নাছিল
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) যুদ্ধ কৰিব বিচৰা নাছিল
উত্তৰঃ (গ) যুদ্ধ কৰিব বিচৰা নাছিল।
২) যুদ্ধ কৰিলে কি ক্ষতি সাধন হয় ?
(ক) ধন-জনৰ ক্ষতি হয়
(খ) বহুতো লোকৰ প্ৰাণ হানি হয়
(গ) ওপৰৰ দুয়োতায়ে শুদ্ধ
উত্তৰঃ (গ) ওপৰৰ দুয়োতায়ে শুদ্ধ।
৩) ৰামে কাক দূত হিচাপে পঠিয়ালে ?
(ক) হনুমানক
(খ) অঙ্গদৰ
(গ) সুগ্ৰীৱ
উত্তৰঃ (খ) অঙ্গদৰ।
৪) অঙ্গদ পিতৃ নাম কি ?
(ক) বালী
(খ) সুগ্ৰীৱ
(গ) হনুমান
উত্তৰঃ (ক) বালী।
৫) অঙ্গদ কোনেকুৱা আছিল ?
(ক) বৰ ভয়াটোৰ আছিল
(খ) বৰ বীৰ, পৰাত্ৰূমি আছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) বৰ বীৰ, পৰাত্ৰূমি আছিল।
৬) অঙ্গদে কাৰ দৰে নিজৰ শক্তি গৰ্ব নকৰিছিল ?
(ক) হনুমান
(খ) বালী
(গ) সুগ্ৰীৱ
উত্তৰঃ (খ) বালী।
৭) ভাল স্বভাৱ কাৰণে কোনে অঙ্গদক ভাল পাইছিল ?
(ক) লক্ষ্মণে
(খ) হনুমানে
(গ) ৰামে
উত্তৰঃ (খ) হনুমানে।
৮) কোন গৈ লঙ্কাত উপস্থিত হৈছিল ?
(ক) অঙ্গদৰ
(খ) হনুমান
(গ) সুগ্ৰীৱ
উত্তৰঃ (ক) অঙ্গদৰ।
৯) কাক দেখি লঙ্কাবাসীয়ে ভয় খালে ?
(ক) হনুমানক দেখি
(খ) সুগ্ৰীৱ দেখি
(গ) অঙ্গদক দেখি
উত্তৰঃ (গ) অঙ্গদক দেখি।
১০) অঙ্গদ কাৰ দৰবাৰত উপস্থিত হৈছিল ?
(ক) ৰাৱণৰ
(খ) কুম্ভকৰ্ণ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) ৰাৱণৰ।
Type By- Subhas Nath