Chapter-18
সাগৰৰ ওপৰত সাঁকো
১) কাৰ লগ লগাত ৰামৰ শক্তি আৰু বাঢ়িল ?
(ক) লক্ষ্মণ
(খ) বিভীষণৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) বিভীষণৰ।
২) সাগৰ পৰা কেনেকৈ হ’ল ?
(ক) সাগৰৰ ওপৰত সাঁকোৰে পৰা হৈছিল
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) সাগৰৰ ওপৰত নাওঁৰে পৰা হৈছিল
উত্তৰঃ (ক) সাগৰৰ ওপৰত সাঁকোৰে পৰা হৈছিল।
৩) সুগ্ৰীৱে সেনা-বাহিনী পৰা কাক মাতিছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) নল আৰু নলী
(গ) হনুমানক আৰু বিভীষণ
উত্তৰঃ (খ) নল আৰু নলী।
৪) অভিযন্তা অৰ্থ কি ?
(ক) ইঞ্জিনিয়াৰ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) পুলিচ
উত্তৰঃ (ক) ইঞ্জিনিয়াৰ।
৫) নল-নীলে সাগৰ ওপচত কি সাজিলে ?
(ক) ঘৰ সাজিলে
(খ) সাঁকো সাজিলে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) সাঁকো সাজিলে।
৬) ৰামে কাৰ মনৰ কথা বুজি পালে ?
(ক) বান্দৰ মনৰ কথা
(খ) সিংহ মনৰ কথা
(গ) কেৰ্কেটুৱাৰ মনৰ কথা
উত্তৰঃ (গ) কেৰ্কেটুৱাৰ মনৰ কথা।
৭) কোনে ৰামক একো নকলে ?
(ক) কেৰ্কেটুৱায়ে
(খ) বাম্দৰে
(গ) সিংহয়ে
উত্তৰঃ (ক) কেৰ্কেটুৱায়ে।
৮) ৰামৰ কাক দেখি আচৰিত লাগিল ?
(ক) বান্দৰ দেখি
(খ) কেৰ্কেটুৱাৰ দেখি
(গ) সিংহ দেখি
উত্তৰঃ (ক) বান্দৰ দেখি।
৯) ৰামে কাৰ পিঠিত হাত বুলালে ?
(ক) কেৰ্কেটুৱাৰক
(খ) সিংহক
(গ) বান্দৰক
উত্তৰঃ (ক) কেৰ্কেটুৱাৰক।
১০) ৰামে সাগৰৰ পাৰত কাৰ বিশাল মন্দিৰ সাজিলে ?
(ক) ৰামৰ বিশাল মন্দিৰ
(খ) শিৱৰ বিশাল মন্দিৰ
(গ) গণেশৰ বিশাল মন্দিৰ
উত্তৰঃ (খ) শিৱৰ বিশাল মন্দিৰ।
Type By- Subhas Nath