Chapter- 16
লঙ্কা দাহ
১। কাৰ উৎপাতৰ বাতৰি ৰাৱণে পাইছিল ?
(ক) ৰামৰ
(খ) হনুমানৰ
(গ) অঙ্গত
উত্তৰ- (খ) হনুমানৰ ।
২। কাৰ খং উঠিছিল ?
(ক) ৰাৱণৰ
(খ) অঙ্গত
(গ) কুম্ভকৰ্ণ
উত্তৰ- (ক) ৰাৱণৰ ।
৩। হনুমানৰ ঘোচাত কাৰ মৃত্যু হৈছিল ?
(ক) কুম্ভকৰ্ণ
(খ) অক্ষয় কুমাৰৰ
(গ) অঙ্গত
উত্তৰ- (খ) অক্ষয় কুমাৰৰ ।
৪। অক্ষয় কুমাৰৰ মৃত্যু পিছত ৰাৱণে কাক পঠিয়ালে ?
(ক) কুম্ভকৰ্ণ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মেঘনাদক
উত্তৰ- (গ) মেঘনাদক ।
৫। কোন বৰ পৰাত্ৰুমী আছিল ?
(ক) হনুমান
(খ) মেঘনাদক
(গ) কুম্ভকৰ্ণ
উত্তৰ- (খ) মেঘনাদক ।
৬। মেঘনাদয়ে হনুমানক কিহেৰে বান্ধি পেলালে ?
(ক) কাড়ে বান্ধিলে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) নাগপাশেৰে
উত্তৰ- (গ) নাগপাশেৰে ।
৭। মেঘনাদ কাৰ পুত্ৰ আছিল ?
(ক) ৰাৱণৰ
(খ) কুম্ভকৰ্ণৰ
(গ) অঙ্গতৰ
উত্তৰ- (ক) ৰাৱণৰ ।
৮। বিভীষণ কাৰ ভক্ত আছিল ?
(ক) শিৱ ভক্ত
(খ) ৰাম ভক্ত
(গ) পাৰ্বতী ভক্ত
উত্তৰ- (খ) ৰাম ভক্ত ।
৯। কোনে লংকা দাহ কৰিলে ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) অঙ্গতে
(গ) হনুমানে
উত্তৰ- (গ) হনুমানে ।
১০। কাৰ নেজত জুই জলাই দিছিল ?
(ক) হনুমানে
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) অঙ্গত
উত্তৰ- (ক) হনুমানে ।
Type by- Bikul Mandal