Chapter- 1
ৰাজকুমাৰ ৰাম
১। ইতিহাসক যুগ কেইটা ভাগত কৰা হৈছে ?
(ক) ৬ টা ভাগ
(খ) ৫ টা ভাগ
(গ) ৪ টা ভাগ
উত্তৰ- (গ) ৪ টা ভাগ ।
২। এই সাধুটোত কি যুগৰ কথা কৈছে ?
(ক) সত্যযুগ
(খ) ত্ৰেতাযুগ
(গ) কলিযুগ
উত্তৰ- (খ) ত্ৰেতাযুগ ।
৩। ৰজাৰ নাম কি আছিল ?
(ক) নাচিকেতা
(খ) ৰন্তিদেৱ
(গ) দশৰথ
উত্তৰ- (গ) দশৰথ ।
৪। ৰজা দশৰথৰ ৰাজধানী নাম কি আছিল ?
(ক) অযোধ্যাৰ
(খ) কিষ্কিন্ধাৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) অযোধ্যাৰ ।
৫। ৰজা দশকথৰ কেইগৰাকী ৰাণী আছিল ?
(ক) ৭ গৰাকী ৰাণী
(খ) ৩ গৰাকী ৰাণী
(গ) ২ গৰাকী ৰাণী
উত্তৰ- (খ) ৩ গৰাকী ৰাণী ।
৬। ৰজাৰ কেইটা পুত্ৰ আছিল ?
(ক) তিনিটা পুত্ৰ
(খ) ছয়টা পুত্ৰ
(গ) চাৰিটা পুত্ৰ
উত্তৰ- (গ) চাৰিটা পুত্ৰ ।
৭। কৌশল্যাৰ পুত্ৰ নাম কি আছিল ?
(ক) ৰামচন্দ
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) নাচিকেতা
উত্তৰ- (ক) ৰামচন্দ ।
৮। কৈকেয়ীৰ পুত্ৰ নাম কি আছিল ?
(ক) ৰামচন্দ
(খ) ভৰত
(গ) নাচিকেতা
উত্তৰ- (খ) ভৰত ।
৯। সুমিত্ৰাৰ পুত্ৰ নাম কি আছিল ?
(ক) লক্ষ্মণ আৰু শক্ৰঘ্ন
(খ) ৰাম আৰু ভৰত
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) লক্ষ্মণ আৰু শক্ৰঘ্ন ।
১০। চাৰিও কাকই-ভাই মাজত কোন ডাঙৰ আছিল ?
(ক) লক্ষ্মণ
(খ) ৰামচন্দ
(গ) ভৰত
উত্তৰ- (খ) ৰামচন্দ ।
Type by- Bikul Mandal