Chapter- 3
আমাৰ শৰীৰ
১। যিবোৰ অংগ-প্ৰত্যংগৰ সহায়ত আমি বাহিৰৰ সকলো কথাকেই গম পাওঁ, সেইবোৰক কি বোলে?
(ক) বাহ্যিক অংগ
(খ) আভ্যন্তৰীণ অংগ
(গ) ইন্দ্ৰিয়
উত্তৰ- (গ) ইন্দ্ৰিয়।
২। মানুহৰ শৰীৰত কেইটা ইন্দ্ৰিয় আছে?
(ক) ৩ টা
(খ) ৪ টা
(গ) ৫ টা
উত্তৰ- (গ) ৫ টা ।
৩। আভ্যন্তৰীণ অংগ কোন কেইটা?
(ক) চকু, কাণ
(খ) হাওঁফাওঁ, কলিজা
(গ) এটাও নহয়
উত্তৰ- (খ) হাওঁফাওঁ, কলিজা ।
৪। মগজুৰ পৰা সূতাৰ দৰে কিছুমান অংগ ওলাই শৰীৰৰ প্ৰতিটো অংশলৈ যায় তাক কি বোলে?
(ক) লাওখোলা
(খ) স্নায়ু
(গ) এটাও নহয়
উত্তৰ- (খ) স্নায়ু ।
৫। মানুহৰ প্ৰতি পাৰিত কিমান টাকৈ দাঁত থাকে?
(ক) ১৪ টা
(খ) ১৫ টা
(গ) ১৬ টা
উত্তৰ- (গ) ১৬ টা ।
৬। মানুহৰ দাঁত কেই প্ৰকাৰৰ?
(ক) ২ প্ৰকাৰৰ
(খ) ৪ প্ৰকাৰৰ
(গ) ৫ প্ৰকাৰৰ
উত্তৰ- (খ) ৪ প্ৰকাৰৰ ।
৭। আগ দাঁতেৰে আমি কি কৰোঁ?
(ক) বস্তু টুকুৰা কৰোঁ
(খ) বস্তু ছিঙো
(গ) বস্তু চোবাই গুৰি কৰোঁ
উত্তৰ- (খ) বস্তু ছিঙো ।
৮। পুৰষঃ প্ৰেষক আৰু প্ৰেষক দাঁতেৰে আমি কি কৰোঁ?
(ক) বস্তু চোবাই গুৰি কৰোঁ
(খ) বস্তু টুকুৰা কৰোঁ
(গ) বস্তু ছিঙো
উত্তৰ- (ক) বস্তু চোবাই গুৰি কৰোঁ ।
৯। কুকুৰ দাঁতেৰে কি কৰোঁ?
(ক) বস্তু ছিঙো
(খ) বস্তু চোবাই গুৰি কৰোঁ
(গ) বস্তু টুকুৰা কৰোঁ
উত্তৰ- (গ) বস্তু টুকুৰা কৰোঁ ।
১০। আমাৰ ইন্দ্ৰিয়বোৰ কি কি?
(ক) চকু, কাণ, নাক, জিভা আৰু ছাল
(খ) হাওঁফাঁও, বৃক্ক, কলিজা, পাকস্থলী আৰু খাদ্যনলী
(গ) এটাও নহয়
উত্তৰ- (ক) চকু, কাণ, নাক, জিভা আৰু ছাল ।
Type by- Bikul Mandal