Class 4 General Science Chapter 11 MCQ’s Sankardev School | পোহৰ আৰু আন্ধাৰ | Class 4 General Science Chapter 11 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-11

পোহৰ আৰু আন্ধাৰ

(১) টমাছ আলভা এডিছন নামৰ বিজ্ঞানীগৰাকীয়ে কিমান চনত পোহৰ পাব পৰা বাল্ব সাজি উলিয়ায়?

(ক) ১৮৭৭ চনত

(খ) ১৮৭৮ চনত

(গ) ১৮৭৯ চনত

উত্তৰঃ (গ) ১৮৭৯ চনত।

(২) বাল্বৰ পৰা পোৱা পোহৰ প্ৰাকৃতিক পোহৰ নহয়?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(৩) আন্ধাৰ আমাৰ বাবে দৰকাৰী?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(৪) পোহৰত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণাবোৰক কি বোলে?

(ক) ছ’নাৰ

(খ) ফ’টন

(গ) এটাও নহয়

উত্তৰঃ (খ) ফ’টন।

(৫) উদ্ভিদে সূৰ্যৰ পোহৰত কি গেছৰ সহায়ত আহাৰ প্ৰস্তুত কৰে?

(ক) নাইট্ৰ’জেন

(খ) অক্সিজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড।

(৬) চন্দ্ৰৰ নিজা পোহৰ আৰু তাপ নাই?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(৭) যিবোৰ বস্তুৰ পৰা আমি পোহৰ পাওঁ সেইবোৰক কি বোলে?

(ক) পোহৰৰ প্ৰতিফলন

(খ) পোহৰৰ উৎস

(গ) এটাও নহয়

উত্তৰঃ (খ) পোহৰৰ উৎস।

(৮) কোন দিনাৰ নিশা পোহৰ আটাইতকৈ বেছি হয়?

(ক) অমাৱস্যাৰ দিনা

(খ) পূৰ্ণিমাৰ দিনা

(গ) এটাও নহয়

উত্তৰঃ (খ) পূৰ্ণিমাৰ দিনা।

(৯) আন্ধাৰেও আমাক সহায় কৰে?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (ক) শুদ্ধ।

(১০) দিনত আমি চন্দ্ৰৰ পৰা পোহৰ পাওঁ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) এটাও নহয়

উত্তৰঃ (খ) অশুদ্ধ।

Type By- Subhas Nath