Chapter 1
গছ- গছনিৰ কথা
১। আমাৰ চৌপাশত কি ধৰনৰ উদ্ভিদ আছে ?
(ক) বিভিন্ন ধৰনৰ
(খ) একেধৰনৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) বিভিন্ন ধৰনৰ
২। আকাৰ আৰু গঠনৰ অনুসৰি উদ্ভিদৰ কেইটা ভাগত ভাগ কৰা হয় ?
(ক) ৩ টা
(খ) ৭ টা
(গ) ৪ টা
উত্তৰঃ (গ) ৪ টা
৩। গা-গছ বা কাণ্ডৰ পৰা কি ওলাই ?
(ক) লতা
(খ) ডাল
(গ) এটাও নহয়
উত্তৰঃ (খ) ডাল
৪। শিপাই মাটিৰপৰা কি কি শুহি লয় ?
(ক) কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেন
(খ) পানী আৰু খনিজ লৱন
(গ) এটাও নহয়
উত্তৰঃ (খ) পানী আৰু খনিজ লৱন
৫। কি কি উদ্ভিদৰ শিপাৰে আমি পাচলি খাওঁ ?
(ক) বিলাহি আৰু আলু
(খ) গাজৰ, মূলা, বীট
(গ) এটাও নহয়
উত্তৰঃ (খ) গাজৰ, মূলা, বীট
৬। মাটিৰ তলৰ শিপাৰ বৰণ কেনেকোৱা ?
(ক) ৰঙা
(খ) হালধীৰা
(গ) বগা
উত্তৰঃ (গ) বগা
৭। উদ্ভিদৰ এটা প্ৰয়োজনীয় অংশ কি ?
(ক) ডাল
(খ) শিপা
(গ) পাত
উত্তৰঃ (গ) পাত
৮। উদ্ভিদে নিজৰ আহাৰ কিহৰ সহায় তৈয়াৰ কৰে ?
(ক) পত্ৰহৰিৎ
(খ) কাৰ্বন-ডাই-অক্সাইড
(গ) এটাও নহয়
উত্তৰঃ (ক) পত্ৰহৰিৎ
৯। উদ্ভিদে আহাৰ তৈয়াৰ কৰা প্ৰক্ৰিয়া তোক কি বোলে ?
(ক) পত্ৰহৰিৎ
(খ) কাৰ্বন-ডাই-অক্সাইড
(গ) সালোক সংশ্লেষণ
উত্তৰঃ (গ) সালোক সংশ্লেষণ
১০। শিপাই মাটিৰ পৰা কি শোষণ কৰি লয় ?
(ক) সালোক সংশ্লেষণ
(খ) বায়ু
(গ) পানী
উত্তৰঃ (গ) পানী
১১। পাতে কি এৰি দিয়ে ?
(ক) অক্সিজেন
(খ) কাৰ্বন-ডাই- অক্সাইড
(গ) এটাও নহয়
উত্তৰঃ (ক) অক্সিজেন
১২। উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে ?
(ক) সালোক সংশ্লেষণ
(খ) অক্সিজেন
(গ) কাৰ্বন-ডাই- অক্সাইড
উত্তৰঃ (গ) কাৰ্বন-ডাই- অক্সাইড
১৩। ফুলৰপৰা কি হয় ?
(ক) গছ
(খ) ফল
(গ) গুটি
উত্তৰঃ (খ) ফল
১৪। এটা গুটি থকা ফলক কি বোলে ?
(ক) বহুগুটীয়া
(খ) এগুটীয়া
(গ) এটাও নহয়
উত্তৰঃ (খ) এগুটীয়া
১৫। তলৰ বহুগুটিয়া ফল কোন বিধ ?
(ক) আম
(খ) লেচু
(গ) কঁঠাল
উত্তৰঃ (গ) কঁঠাল
১৬। এটা গুতি থকা ফল কোন বিধ ?
(ক) ডালিম
(খ) বগৰী
(গ) ৰবাবটেঙা
উত্তৰঃ (খ) বগৰী
১৭। বছৰৰ সকলো সময়তে কি ফল পোৱা যায় ?
(ক) বগৰী
(খ) কল
(গ) জলফাই
উত্তৰঃ (খ) কল
১৮। গ্ৰীষ্ম ঋতুত কি ফল হয় ?
(ক) লেটেকু
(খ) কমলা
(গ) আপেল
উত্তৰঃ (ক) লেটেকু
১৯। শীত ঋতুত কি ফল হয় ?
(ক) কল
(খ) লিচু
(গ) ৰবাবটেঙা
উত্তৰঃ (গ) ৰবাবটেঙা
২০। আকাৰ ডাঙৰ এটা ফলৰ নাম কি ?
(ক) কঠাল
(খ) লেটেকু
(গ) পনিয়ল
উত্তৰঃ (ক) কঠাল
Type: Pompi Hazarika