Chapter 12
অসমৰ কুটিৰ শিল্প
১। অসম কিহৰ বাবে বিখ্য়াত ?
(ক) বাঁহ-বেত, পাট-মুগা, কাঁহ-পিতল
(খ) জীৱ-জন্তুৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) বাঁহ-বেত, পাট-মুগা, কাঁহ-পিতল
২। অসমৰ সৰ্থেবাৰী কিহৰ বাবে বিখ্য়াত ?
(ক) কাঁহ শিল্প
(খ) পিতল শিল্প
(গ) এটাও নহয়
উত্তৰঃ (ক) কাঁহ শিল্প
৩। হাজো কিহৰ বাবে বিখ্য়াত ?
(ক) পিতল শিল্প
(খ) কাঁহ শিল্প
(গ) এটাও নহয়
উত্তৰঃ (ক) পিতল শিল্প
৪। অসম কিহৰ বাবে বিখ্য়াত ?
(ক) পাট-মুগাৰ
(খ) বাঁহ-বেতৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) পাট-মুগাৰ
৫। গৰম দিনত কি কাপুৰ পিন্ধা হয় ?
(ক) পলিয়েষ্টাৰ
(খ) কপাহী
(গ) এটাও নহয়
উত্তৰঃ (খ) কপাহী
৬। তাঁত -শালত সাধাৰনতে কি কাপোৰ বোৱা হয় ?
(ক) কপাহী, এৰী আৰু মুগা
(খ) মাচআজি
(গ) এটাও নহয়
উত্তৰঃ (ক) কপাহী, এৰী আৰু মুগা
৭। অসম কিহৰ বাবে বিখ্য়াত ?
(ক) পাট-মুগাৰ
(খ) কপাহী কাপোৰৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) পাট-মুগাৰ
৮। মৃৎশিল্পৰ অন্য়তম আকৰ্ষণ কি ?
(ক) টেৰাকোটা
(খ) মৃৎশিল্প কেন্দ্ৰ
(গ) এটাও নহয়
উত্তৰঃ (ক) টেৰাকোটা
৯। মাজুলী কিহৰ বাবে বিখ্য়াত ?
(ক) মৃৎশিল্পৰ
(খ) বস্ত্ৰনগৰী
(গ) এটাও নহয়
উত্তৰঃ (ক) মৃৎশিল্পৰ
১০। নলবাৰী কিহৰ বাবে জনাজাত ?
(ক)বস্ত্ৰনগৰি
(খ) বাঁহ-বেতৰ আৰু জাপিৰ
(গ) এটাও নহয়
উত্তৰঃ (খ) বাঁহ-বেতৰ আৰু জাপিৰ
১১। জঁকাবোৰ কিহেৰে সজা হয় ?
(ক) বাঁহৰ তঙালেৰে
(খ) মাটিৰে
(গ) কাঁঠেৰে
(ঘ) এটাও নহয়
উত্তৰঃ (ক) বাঁহৰ তঙালেৰে
১২। মুখা সাজিবলৈ কি ব্য়ৱহাৰ কৰা হয় ?
(ক) আলতীয়া মাটি
(খ) বালিচহিয়া মাটি
(গ) এটাও নহয়
উত্তৰঃ (ক) আলতীয়া মাটি
১৩। কাছৰ জিলা কিহৰ বাবে বিখ্য়াত ?
(ক) বাঁহ-বেতৰ
(খ) পাটী আৰু বেতৰ
(গ) এটাও নহয়
উত্তৰঃ (খ) পাটী আৰু বেতৰ
১৪। মাজুলি কিহৰ বাবে জনাজাত ?
(ক) মুখাশিল্পৰ
(খ) কুটী শিল্পৰ
(গ) কাঁহ শিল্প
উত্তৰঃ (ক) মুখাশিল্পৰ
১৫। অসমৰ কেইখন জিলাত কুটীৰ শিল্প আছে ?
(ক) ২ খন
(খ) ৩ খন
(গ) প্ৰতিখন
উত্তৰঃ (গ) প্ৰতিখন
১৬। তলৰ কোনটো মৃৎশিল্প লিখা ?
(ক) শৰাই
(খ) মূৰ্তি
(গ) এটাও নহয়
উত্তৰঃ (খ) মূৰ্তি
১৭। শুৱালকুছি কি শিল্প বাবে বিখ্য়াত ?
(ক) বেতৰ শিল্প
(খ) কাঁহৰ শিল্প
(গ) বয়ন শিল্প
উত্তৰঃ (গ) বয়ন শিল্প
১৮। তলৰ কোন বিধ কাঁহেৰে তৈয়াৰ কৰা সামগ্ৰী ?
(ক) বান বাতি
(খ) আঙুঠি
(গ) বাল টিন
উত্তৰঃ (ক) বান বাতি
১৯। পিতল শিল্প ক’ত পোৱা যায় ?
(ক) নলবাৰী
(খ) শিলচৰ
(গ) হাজো
উত্তৰঃ (গ) হাজো
২০। বাঁহ-বেত শিল্প ক’ত পোৱা যায় ?
(ক) কাছাৰ
(খ) ধুবুৰী
(গ) নলবাৰী
উত্তৰঃ (গ) নলবাৰী