Chapter 9
অসমৰ কাঁহ শিল্প
কোৱা আৰু লিখা।
(ক) অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ আহিল?
উত্তৰঃ-
(খ) অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক’ত?
উত্তৰঃ-
(গ) সেই ঠাই কি শিল্পৰ বাবে বিখ্যাত?
উত্তৰঃ-
(ঘ) পেহীয়েকে অনন্যাহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয়?
উত্তৰঃ-
(ঘ) হাতী – খুজীয়া বাটি কি?
উত্তৰঃ-
(ঙ) কি কি ধাতু মিহলাই কাঁহ তৈয়াৰ কৰা হয়?
উত্তৰঃ-
(চ) কাঁহেৰে গঢ়া কেইবিধমান বাচন – বৰ্তনৰ নাম লিখা।
উত্তৰঃ-
(ছ) কঁহাৰশাল মানে কি?
উত্তৰঃ-
(জ) কঁহাৰশালত ব্যৱহাৰ হােৱা সঁজুলি কেইবিধমানৰ নাম লিখা।
উত্তৰঃ-
তলৰ শব্দসমূহৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুৱা ।
উত্তৰঃ- কিন্তু – ন্তু =
সুন্দৰ – ন্দ =
বস্তু – স্তু =
শিল্প – ল্প =
স্থায়ী – স্থ =
আম্লান – ম্ল =
সূত্ৰ – ত্ৰ =
সন্ধিয়া – ন্ধ =
আঞ্জা – ঞ্জ =
ধ্ৱনি – ধ্ৱ =
বাঁওফালৰ কথাখিনিৰ অৰ্থ সোঁফালে দিয়া আছে । বিচাৰি উলিয়াই কাঁড় চিনেৰে মিলােৱা ।
কাঁহৰ বাচন গঢ়া স্থান –
লােৰ সঁজুলি গঢ়া স্থান –
কাপােৰ বােৱা যতন –
ঢেঁকী ৰখা ঘৰ –
সদায় জুই ধৰা ঠাই –
সৰিয়হ পেৰা যতন –
বাক্য় ৰচনা কৰাঃ
খা- খবৰঃ
খা-খবৰ কৰঃ
খা-খবৰ লঃ
খা-খবৰ ৰাখঃ
হাত-মুখ ঃ
হাত-মুখ ধোঃ
টকা-পইচাঃ
ধন-সোণঃ
কাষৰ বাকচৰ পৰা ক্ৰিয়া পদ আনি তলৰ বাক্যকেইটা পূৰ কৰা
উত্তৰঃ-
মই ভাত ।
ৰীণা সদায় স্কুললৈ ।
আমটো মিঠা ।
মইনাই ভালকৈ ।
ৰহিমৰ দাদাক ডিব্ৰগড়লত ।
আমাৰ এখন খেলপথাৰ ।
তলৰ বাক্য় কেইটাৰ ক্ৰিয়া পদত আঁচ টানা
*অম্লান আৰু অনন্য়া পেহিয়কৰ ঘৰলৈ আহিছে।
*ফৰিংখুটা জোনাকত আধাফুলা শেৱালি ফুলবোৰ জিলিকি উঠিছে।
*অম্লান আৰু অনন্য়া পেহাকৰ লগত আগ চোতালত বহিল।
*এনেতে পেহীয়েকে আটাইকে ভাত খাবলৈ মাতিলে।
*অম্লানহঁতক পেহাকে কঁহাৰশললৈ লৈ গ’ল।