Chapter 9
অসমৰ কাঁহ শিল্প
১। অম্লান আৰু অনন্য়া কাৰ ঘৰলৈ ফুৰিবলৈ আহিল ?
(ক) পেহীয়েকৰ ঘৰলৈ
(খ) মাহীয়েকৰ ঘৰলৈ
(গ) খুৰাহতঁৰ ঘৰলৈ
উত্তৰঃ (ক) পেহীয়েকৰ ঘৰলৈ
২। অম্লান আৰু অনন্য়া কোন ঠাইলৈ ফুৰিবলৈ আহিছে ?
(ক) ভাৰতলৈ
(খ) জাপানলৈ
(গ) অসমলৈ
উত্তৰঃ (গ) অসমলৈ
৩। সেই ঠাই কি শিল্পৰ বাবে বিখ্য়াত ?
(ক) কাঁহ শিল্পৰ কাৰণে
(খ) পিতল শিল্পৰ কাৰণে
(গ) মাটি শিল্পৰ কাৰণে
উত্তৰঃ (ক) কাঁহ শিল্পৰ কাৰণে
৪। অম্লানহঁতৰ পেহীয়েকৰ ঘৰ ক’ত ?
(ক) শুৱালকুছিত
(খ) নলবাৰীত
(গ) সৰ্থেবাৰীত
উত্তৰঃ (গ) সৰ্থেবাৰীত
৫। পেহীয়েকে অনন্য়াহঁতক ভাত খাবলৈ দিয়া কাঁহীবিধক কি কাঁহী বুলি কয় ?
(ক) বান-কাঁহী
(খ) বান-বাটী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) বান-কাঁহী
৬। কাক পুৰস্কাৰ দিয়া কথা পেহীয়েকে অনন্য়াহঁতক কৈছে ?
(ক) পেহাকক
(খ) মহাকক
(গ) খুৰাকক
উত্তৰঃ (ক) পেহাকক
৭। অম্লান কেনে প্ৰকাৰৰ ল’ৰা ?
(ক) কৌতূহলী
(খ) এলেহুৱা
(গ) কামিলাৰ
উত্তৰঃ (ক) কৌতূহলী
৮। মানুহৰ কি বিদ্য়া মানুহৰ লগত থাকে বুলি পাঠটোত কৈছে ?
(ক) হাতৰ বিদ্য়া
(খ) কামৰ বিদ্য়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) হাতৰ বিদ্য়া
৯। ফৰিংফুটা জোনাকত আধাফুলা কোনবোৰ ফুল জিলিকি উঠিছে ?
(ক) হাছনাহানা
(খ) শেৱালি
(গ) তগৰ
উত্তৰঃ (খ) শেৱালি
১০। দূৰৈৰ নামঘৰৰ পৰা কিহৰ ঢং ঢং ধ্বনি ভাঁহি আহিছে ?
(ক) নামঘৰৰ পৰা
(খ) ঘৰৰ পৰা
(গ) ওপৰৰ এটও নহয়
উত্তৰঃ (ক) নামঘৰৰ পৰা