Chapter 8
বীৰাংগনা মূলাগাভৰু
(ক)
• মূলাগাভৰু কোন আছিল ?
উত্তৰঃ-
• তেওঁৰ স্বামীৰ নাম কি ?
উত্তৰঃ-
• স্বামীৰ মৃত্যুত বিচলিত নহৈ তেওঁ কি প্রতিজ্ঞা কৰিছিল ?
উত্তৰঃ-
• কাৰ অস্ত্রাঘাতত মূলাগাভৰুৰ মৃত্যু হৈছিল ?
উত্তৰঃ-
(খ) • তুর্বক কোন আছিল ?
উত্তৰঃ-
• তেওঁ অসমলৈ কিয় আহিছিল ?
উত্তৰঃ-
• যুদ্ধক্ষেত্ৰত কি দেখি তুর্কবাহিনী বিস্মিত হৈছিল?
উত্তৰঃ-
• কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল ?
উত্তৰঃ-
(গ) • কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?
উত্তৰঃ-
• কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায় ?
উত্তৰঃ-
(ঘ) • কৱচ – কাপােৰ কি ?
উত্তৰঃ-
• ইয়াক কেনেকৈ তৈয়াৰ কৰা হয় ?
উত্তৰঃ-
• মূলাগাভৰুৱে তেওঁৰ স্বামীয়ে কি কাৰণে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল?
উত্তৰঃ-
(ঙ)
• কোনজন আহােম ৰজাৰ দিনত তুর্বকে অসম আক্ৰমণ কৰিছিল?
উত্তৰঃ-
• সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায়?
উত্তৰঃ-
• তুর্বকৰ হাতত আঠজন প্রধান যােদ্ধা মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল ?
উত্তৰঃ-
• পাঠটোত মূলাগাভৰুৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে ?
উত্তৰঃ-
কোনে কেতিয়া আৰু কিয় কৈছিল কোৱা।
(ক) মই আৰু পলম কৰিব নোৱাৰোঁ। ৰণলৈ সকলো আহিলা পাতি সাজু হৈছে। কৱচ – কাপোৰ নোহোৱাকৈয়ে মই তুৰ্বকক ঘটুৱাব পাৰিম।
উত্তৰঃ
(খ) ৰাতিটোৰ ভিতৰতে কৱচ-কাপােৰ বৈ-কাটি দিব নােৱৰাৰ বাবেহে মােৰ বঙহৰদেউৰ এনে দশা হ’ল।
উত্তৰঃ
এতিয়া তলৰ শব্দকেইটিৰ সমাৰ্থক শব্দ লিখোঁ আহা –
উত্তৰঃ-
বঙহৰদেউ –
পত্নী –
ৰণ –
শোক –
নদী –
বাক্য ৰচনা কৰা।
উত্তৰঃ-
থৈয়া – নথৈয়া –
প্ৰাণটাকি –
দৃঢ়প্ৰতিজ্ঞা –
মহীয়ান –
তুমুল –
চিৰস্মৰণীয় –
ভেটা – ভেটি –