Chapter 8
বীৰাংগনা মূলাগাভৰু
১। অসম এখন কি ৰাজ্য় ?
(ক) বুৰঞ্জীপ্ৰসিদ্ধ
(খ) আহোম দেশৰ
(গ) তুৰ্বকৰ
উত্তৰঃ (ক) বুৰঞ্জীপ্ৰসিদ্ধ
২। মূলাগাভৰু কোন আছিল ?
(ক) বীৰ সেনাপতি
(খ) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী
৩। তেওঁৰ স্বামীৰ নাম কি ?
(ক) তুৰ্বক
(খ) স্বৰ্গদেউ
(গ) ফ্ৰাচেংমুং বৰগোহাঁই
উত্তৰঃ (গ) ফ্ৰাচেংমুং বৰগোহাঁই
৪। তুৰ্বক কোন আছিল ?
(ক) মুছলমানসকলৰ সেনাপতি
(খ) আহোমসকলৰ সেনাপতি
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) মুছলমানসকলৰ সেনাপতি
৫। কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত হৈছিল ?
(ক) নাৰীৰ হাতত
(খ) বীৰাংগনাৰ হাতত
(গ) আহোমসকলৰ হাতত
উত্তৰঃ (গ) আহোমসকলৰ হাতত
৬। কলিয়াবৰৰ ৰণক আৰু কি নামেৰে জনা যায় ?
(ক) কপিলী-গংগা ৰণ
(খ) থৈয়া-নথৈয়া ৰণ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) কপিলী-গংগা ৰণ
৭। কাৰ অস্ত্ৰাঘাতত মূলাগাভৰুৰ মৃত্য়ু হৈছিল ?
(ক) তুৰ্বকৰ অস্ত্ৰৰ আঘাতত
(খ) তুৰ্বকৰ সেনাপতি অস্ত্ৰ আঘাতত
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) তুৰ্বকৰ অস্ত্ৰৰ আঘাতত
৮। সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায় ?
(ক) ফ্ৰাচেংমুং
(খ) তুৰ্বক
(গ) স্বৰ্গ নাৰায়ণ
উত্তৰঃ (গ) স্বৰ্গ নাৰায়ণ
৯। বৰগোহাঁহাই মৃত্য়ুৰ বাতৰি ক’লৈ পাইছিল গৈ ?
(ক) গড়গাওঁ
(খ) কামৰূপ
(গ) হাজু
উত্তৰঃ (ক) গড়গাওঁ
১০। তুৰ্বকৰ সৈন্য়ক পৰাস্ত কৰি কোন নদীলৈ খেদি পঠালে ?
(ক) যমুনা নদীলৈ
(খ) কৰতোয়া নদীলৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) কৰতোয়া নদীলৈ