Chapter 7
ৰাতিপুৱা
১। ৰাতিপুৱা কবিতাটিৰ কবিজনৰ নাম কি ?
(ক) মহম্মদ চোলেইমান খাঁ
(খ) নৱকান্ত বৰুৱা
(গ) অম্বিকাগিৰি ৰায় চৌধুৰী
উত্তৰঃ (ক) মহম্মদ চোলেইমান খাঁ
২। পুৱাৰ বেলি ওলোৱা দিশটো কি ?
(ক) দক্ষিণ
(খ) পূব
(গ) পশ্চিম
উত্তৰঃ (খ) পূব
৩। পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায় ?
(ক) ৰীণাই
(খ) মউমাখিয়ে
(গ) চৰাইয়ে
উত্তৰঃ (গ) চৰাইয়ে
৪। ফুলে ফুলে উৰি মৌ-মাখিয়ে কি কৰে ?
(ক) পান কৰি ফুৰে
(খ) গছে গছে ফুৰে
(গ) গুণ গুণায় থাকে
উত্তৰঃ (ক) পান কৰি ফুৰে
৫। ৰীণা, মীনা, বীণা সকলোৱে শুই উঠি কি কৰিছে ?
(ক) ফুৰিব গৈছে
(খ) গান গাইছে
(গ) শিকিছে নিজৰ পঢ়া
উত্তৰঃ (গ) শিকিছে নিজৰ পঢ়া
৬। কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে ?
(ক) পুথি মেলিব দিছে
(খ) খেলিব দিছে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) পুথি মেলিব দিছে
৭। পদ্য়টোত সোণফেৰিক কি কৰিবলৈ কোৱা হৈছে ?
(ক) শিকা নিজৰ পাঠ
(খ) খেলিব দিছে
(গ) গান গাব দিছে
উত্তৰঃ (ক) শিকা নিজৰ পাঠ
৮। পূব আকাশত কি উলায় ?
(ক) চৰাই উলায়
(খ) ডাৱৰ উলায়
(গ) ৰঙা বেলি উলায়
উত্তৰঃ (গ) ৰঙা বেলি উলায়
৯। কাক ঢাৰি-পাটী উঠাৰ কথা পদ্য়টোত কৈছে ?
(ক) সোণফেৰিক
(খ) ৰীণাক
(গ) মীনাক
উত্তৰঃ (ক) সোণফেৰিক
১০। ৰাতিপুৱা কাক উঠাৰ কথা কৈছে ?
(ক) সোণফেৰিক
(খ) গিৰিসাই
(গ) বীণাক
উত্তৰঃ (খ) গিৰিসাই