Chapter 7
ৰাতিপুৱা
পদ্যটো আবৃত্তি কৰোঁ আহা উত্তৰ দিয়া।
(ক) পদ্যটোত সােণফেৰিক কি কৰিবলৈ কোৱা হৈছে ?
উত্তৰঃ-
(খ) ৰীণা , মীনা , বীণা সকলােৱে শুই উঠি কি কৰিছে ?
উত্তৰঃ-
(গ) পুৱাৰ বেলি ওলােৱা দিশটো কি ?
উত্তৰঃ-
(ঘ) পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায় ?
উত্তৰঃ-
(ঙ) ফুলে ফুলে উৰি মৌমাখিয়ে কি কৰে ?
উত্তৰঃ-
(চ) কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে?
উত্তৰঃ-
পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয়?
উত্তৰঃ-
বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোফাঁলৰ শব্দৰ লগত মিলাই লিখা।
শব্দ অৰ্থ
গিৰিসাই –
ঘপৰাই –
এতেপৰ –
উলাহত –
কিছুপৰ –
ছেও ধৰি –
পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা।
উত্তৰঃ-
উদাহৰণ পঢ়া আৰু বুজি লৈ একোটা খণ্ড বাক্য লিখা।
ক) প্ৰতিটো ডালতে – ডালে ডালে –
খ) প্ৰতিটো দিনতে – দিনে দিনে –
গ) প্ৰতিটো ঘৰতে – ঘৰে ঘৰে –
ঘ) প্ৰতিটো পাততে – পাতে পাতে –
ঙ) প্ৰতিটো মাহতে – মাহে মাহে –
চ) প্ৰতিটো বছৰতে – বছৰে বছৰে –
ফুলৰ পৰা শব্দ লৈ নতুন শব্দ গঠন কৰা।
উত্তৰঃ- ক) কিতাপ –
খ) কাম –
গ) হিচাপ –
ঘ) বজাৰ –
ঙ) ঘৰ –
তলৰ শব্দবোৰ তেনেদৰে লিখোঁ আহা –
উত্তৰঃ-
বাক্য ৰচনা কৰা।
উত্তৰঃ- পুথিঃ-
মন থিৰঃ-
ৰঙা বেলিঃ-
পাঠটোত থকা বিশেষণ পদবোৰ বাছি উলিওৱা
উত্তৰঃ
নোহোৱা অৰ্থ প্ৰকাশ কৰা বাক্য়বোৰ হোৱা অৰ্থত সজাই লিখা।
(ক) চৰাই বোৰে বিধে বিধে গান নাগায়।
উত্তৰঃ
(খ) ল’ৰা -ছোৱালীয়ে মন থিৰকৈ নিজৰ পাঠ নকৰে।
উত্তৰঃ
(গ) ফুলে ফুলে মৌ-মখিয়ে মৌ পান নকৰে।
উত্তৰঃ