Chapter 6
দীঘল ঠেঙীয়া
উত্তৰ লিখা।
(ক) যিটো গৰুৱে গাত হাত দিলেই জঁপিয়াই উঠিব, সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব। এই কথাষাৰ কোনে ভাবিছিল ?
উত্তৰঃ-
(খ) এইটো বৰ কাটন গৰু,ইয়াকে নিব লাগিল’ —এইদৰে কোনে ভাবিছিল?
উত্তৰঃ-
(গ) ‘এ প্রভু, দীঘল – ঠেঙীয়াই নেপায় যেন। এই কথাষাৰ কোনে কৈছিল?
উত্তৰঃ-
(ঘ) “ আমাকো পেঁপা – কঢ়াই পালে। —কোনে, কেতিয়া কৈছিল?
উত্তৰঃ-
‘ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নােৱাৰিম ।’প্রকৃততে কাৰ পিঠিত কোন উঠিব খুজিছিল লিখা।
উত্তৰঃ-
বাঘটোৱে চোৰটোকে দীঘল-ঠেঙীয়া বুলি ভাবিছিল। দীঘল-ঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি কি বুলি ভাবিছিল?
উত্তৰঃ-
উত্তৰ দিয়া।
(ক) বুঢ়ীয়ে দীঘল-ঠেঙীয়া বুলি কাক বুজাইছিল?
উত্তৰঃ-
(খ) বাঘবােৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল?
উত্তৰঃ-
(গ) চোৰটোৱে অৱশেষত কেনেকৈ বাঘবােৰৰ হাতৰ পৰা ৰক্ষা পালে?
উত্তৰঃ-
(ঘ) চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত ল’লে?
উত্তৰঃ-
তলৰ শব্দসমূহৰ লগত অর্থৰ মিল থকা শব্দ বাকচৰ পৰা লৈ খালী ঘৰত লিখো আহা
উত্তৰঃ-চাং –
চেঙা –
ততমত –
খৰাঁ –
অসহনীয় –
কাটন –
গলধন –
যুক্তাক্ষৰ গঠন কৰা।
জ্ৰ জ +ৰ = জ্ৰ ন্ধ ন + ধ = ন্ধ শ্চ শ + চ = শ্চ ণ্ড ণ + ড = ণ্ড ।
বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
দীঘল –
আন্ধাৰ –
পুৰণি –
অসহায় –
বলী –
ৰাতি –
গভীৰ –
বাক্য় ৰচনা কৰা।
(ক) চেঙা (গাত হাত দিবলৈ নিদিয়া অস্থিৰ তজবজীয়া জন্তু)–
(খ) চেঙা (তপত, যেনে-চেঙা তেল)–
(গ) চেঙা (এবিধ মাছ)– চেঙা
(ঘ)চেঙালুটি (চেঙা মাছৰ দৰে কৰা লুটিয়া-লুটি, বেদনাত কৰা ধৰফৰ)–
(ঙ) চেঙা-হিলৈ (আহোম ৰজাৰ দিনৰ এবিধ বন্দুক–