Chapter 5
পানী
১। পানী কেইটা অৱস্থা থাকে ?
(ক) ৩টা
(খ) ৪টা
(গ) ৫টা
উত্তৰঃ (ক) ৩টা
২। পানী উতলিলে কেনে শব্দ হয় ?
(ক) কুলু-কুলুকৈ
(খ) বক্-বকাওঁ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) বক্-বকাওঁ
৩। পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয় ?
(ক) বক্-বকাওঁ
(খ) টপ্-টপাওঁ
(গ) কুলু-কুলুকৈ
উত্তৰঃ (গ) কুলু-কুলুকৈ
৪। পানী সৰি পৰোঁতে কেনে শব্দ হয় ?
(ক) টপ্ টপাওঁ
(খ) বক্ বকাওঁ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) টপ্ টপাওঁ
৫। পানীৰ বলতেই কি জ্বলে বুলি পাঠটোত কৈছে ?
(ক) জুই জ্বলে
(খ) বিজুলী চাকি জ্বলে
(গ) মাটি চাকি জ্বলে
উত্তৰঃ (খ) বিজুলী চাকি জ্বলে
৬। পানীৰ ভাপতে কি চলে বুলি পাঠটোত কৈছে ?
(ক) বিজুলী চাকি চলে
(খ) গাড়ী চলে
(গ) যন্ত্ৰ চলে
উত্তৰঃ (গ) যন্ত্ৰ চলে
৭। সকলোৱে পানীক কি নাই বুলি কৈছে ?
(ক) আকাৰ নাই
(খ) প্ৰকাৰ নাই
(গ) ওপৰৰ এটাও নাই
উত্তৰঃ (ক) আকাৰ নাই
৮। পানী কেনেকৈ বৈ থাকিবলৈ মন যায় ?
(ক) সদায় বৈ থাকিবলৈ
(খ) বৈ নাযাবলৈ
(গ) অবিৰামভাৱে বৈ থাকিবলৈ
উত্তৰঃ (গ) অবিৰামভাৱে বৈ থাকিবলৈ
৯। বতাহ বলিলে কেনে শব্দ হয় ?
(ক) হুৰ্ হুৰণিকৈ
(খ) টিক্ টিক্ কৈ
(গ) মেৰ্ মেৰ্ কৈ
উত্তৰঃ (ক) হুৰ্ হুৰণিকৈ
১০। ঘড়ীৰৰ শব্দ কেনে ধৰণৰ হয় ?
(ক) কেৰ্ কেৰ্
(খ) টং টং
(গ) টিক্ টিক্
উত্তৰঃ (খ) টং টং