Chapter 3
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
১।’ বিলতে হালিছে ধুনীয়া’ পদুমী গীতটি ৰচক কোন ?
(ক) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
(খ) বাণীকান্ত কাকতি
(গ) নৱকান্ত বৰুৱা
উত্তৰঃ (ক) কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
২। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষাৰ লগে লগে কি শিক্ষা লৈছিল ?
(ক) নৃত্য়-শিল্পীৰ শিক্ষা
(খ) সংগীতৰ শিক্ষা
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) সংগীতৰ শিক্ষা
৩। বিষ্ণুপ্ৰসাদ ৰাভাই কোন বিদেশিনীৰ নৃত্য় দেখি অনুপ্ৰাণিত হৈছিল ?
(ক) মোহিনীৰ
(খ) ৰাধাৰ
(গ) আনা পাভলোভাৰ
উত্তৰঃ (গ) আনা পাভলোভাৰ
৪। বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্য়ুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয় ?
(ক) বিষ্ণুপ্ৰসাদ ৰাভা দিৱস
(খ) শিশু দিৱস
(গ) শিল্পী দিৱস
উত্তৰঃ (ক) বিষ্ণুপ্ৰসাদ ৰাভা দিৱস
৫। বিষ্ণুপ্ৰসাদ ৰাভাৰ কিমান চনত মৃত্য়ু হৈছিল ?
(ক) ১৯৬০ চনত
(খ) ১৯৬৯ চনত
(গ) ১৯৫৬ চনত
উত্তৰঃ (খ) ১৯৬৯ চনত
৬। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম কিমান চনত হৈছিল ?
(ক) ১৯৬৯ চনত
(খ) ১৯৬২ চনত
(গ) ১৯০৯ চনত
উত্তৰঃ (গ) ১৯০৯ চনত
৭। কাশী হিন্দু বিশ্ববিদ্য়ালয়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য় দেখি মুগ্ধ হোৱা উপাচাৰ্যজনৰ নাম কি ?
(ক) দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণ
(খ) সংগঠক প্ৰেমাচান্দ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণ
৮। তেজপুৰত থকা সাংস্কৃতিক মঞ্চখনৰ নাম কি ?
(ক) হিন্দী
(খ) বড়ো
(গ) বাণ থিয়েটাৰ
উত্তৰঃ (গ) বাণ থিয়েটাৰ
৯। বিষ্ণুপ্ৰসাদ ৰাভাক আন কি নামেৰে জনা যায় ?
(ক) কলাগুৰু
(খ) সংগীতজ্ঞ
(গ) নাট্য়কাৰ
উত্তৰঃ (ক) কলাগুৰু
১০। বিশ্ববিখ্য়াত নৃত্য় পটিয়সী আনা পাভলোভাৰ ক’ৰ ব্য়ক্তি ?
(ক) আমেৰিকাৰ
(খ) ৰাছিয়াৰ
(গ) ভাৰতৰ
উত্তৰঃ (খ) ৰাছিয়াৰ