Chapter 2
মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল
১। অৰুণাচল প্ৰদেশত থকা নৈখনৰ নাম কি ?
(ক) কামলাং
(খ) দিহিং
(গ) দিখৌ
উত্তৰঃ (ক) কামলাং
২। কামলাংত মাছ মৰা ডেকাজনৰ নাম কি ?
(ক) কৰিম
(খ) কোৱান্ছা
(গ) ৰাম
উত্তৰঃ (খ) কোৱান্ছা
৩। কোৱান্ছাৰ হেপাহ কি আছিল ?
(ক) সাতুৰা
(খ) চিকাৰ কৰা
(গ) মাছ মৰা
উত্তৰঃ (গ) মাছ মৰা
৪। কামলাং নৈখন কোন প্ৰদেশত আছে ?
(ক) অৰুণাচল প্ৰদেশ
(খ) ভূটান
(গ) মাজুলী
উত্তৰঃ (ক) অৰুণাচল প্ৰদেশ
৫। কোৱান্ছাই কামলাঙৰ পানীত কি পাতি থৈছিল ?
(ক) ফান্দ পাতি থৈছিল
(খ) দলঙা পাতি থৈছিল
(গ) জাল পাতি থৈছিল
উত্তৰঃ (খ) দলঙা পাতি থৈছিল
৬। ডাঙৰ মাছটো কোৱান্ছাই ক’ ত জীয়াই থৈছিল ?
(ক) কলহত
(খ) জাকৈত
(গ) লাউৰ খোলাত
উত্তৰঃ (গ) লাউৰ খোলাত
৭। কোৱান্ছাই তেওঁৰ ঘৰটো কিহেৰে ভৰি থকা দেখিছিল ?
(ক) কাপোৰেৰে
(খ) গামোচাৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) কাপোৰেৰে
৮। তাঁত-শালখন মেলি খট্খটাই কোনে কাপোৰ বৈছিল ?
(ক) ৰীণা
(খ) হামব্ৰুমায়
(গ) বীণা
উত্তৰঃ (খ) হামব্ৰুমায়
৯। হামব্ৰুমায় কাৰ জীয়াৰী ?
(ক) হাব্ৰু ফৈদৰ জীয়াৰী
(খ) কৰবাৰ পৰা অহা ছোৱালী
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) হাব্ৰু ফৈদৰ জীয়াৰী
১০। হামব্ৰুমায় কি কামত পাকৈত ?
(ক) শিপিনী
(খ) মাছ মাৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) শিপিনী