Chapter 13
জন্ম- দিনৰ আয়োজন
তলৰ প্রশ্নবােৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল?
উত্তৰঃ
(খ) সীমান্তৰ জন্ম-দিনটো কি বাৰত হ’ব?
উত্তৰঃ
(গ) মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে?
উত্তৰঃ
(ঘ) সীমান্তই জন্মদিনত কাক কাক নিমন্ত্রণ কৰিম বুলি ভাবিছে?
উত্তৰঃ
(ঙ) স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে ?
উত্তৰঃ
তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুলিংগ বুজোৱা শব্দৰ কাষত লিখা।
উত্তৰঃ
উদাহৰণ – মামা –
দেউতা –
বন্ধু –
শিক্ষক –
ভাইটি –
ভিনিহি –
বাক্য ৰচনা কৰা।
জন্ম – দিনঃ
উপহাৰঃ
নামঘৰঃ
জলপানঃ
পৰিপাটিঃ
এটা শব্দত প্ৰকাশ কৰা।
জন্ম হোৱা দিনটো –
বন্ধু – বান্ধবৰ সৈতে –
নাম গোৱা ঘৰ –
(ক) ইংৰাজী শব্দ অসমীয়া শব্দ
টেবুল – মেজ
স্কুল – বিদ্য়লয়
ৰুম – কোঠা
অসমীয়া আৰু ইংৰাজী শব্দ মিলাই লিখা।
জপনা –
অট্টালিকা –
পিয়লা –
চিৰিয়াখানা –
কৰমৰ্দন –
দুৰদৰ্শন –
বোলছবি –
কাৰ্যবাহী অভিযন্তা –
উপপ্ৰতি সমাহৰ্তা –
পৰিকলন যন্ত্ৰ –
‘ক’ অংশৰ সামগ্ৰীসমূহ ‘খ’অংশৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখাঃ
মূঢ়া –
চালনী –
খালৈ –
ডুলি –
চেপা –
খৰাহি –