Chapter 11
ব্ৰহ্মপুত্ৰ
পাঠটো পঢ়া আৰু উত্তৰ দিয়া।
(ক) অসমৰ প্রধান নদীখনৰ নাম কি?
উত্তৰঃ-
(খ) এই নদীখনক নদ বুলি কোৱাৰ কাৰণ কি?
উত্তৰঃ-
(গ) ব্রহ্মপুত্র নদীখন ক’ৰ পৰা ওলাইছে?
উত্তৰঃ-
(ঘ) অসমত ব্রহ্মপুত্র নদীক আমি আন কি নামেৰে জানাে?
উত্তৰঃ-
(ঙ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী – দ্বীপটোৰ নাম কি ?
উত্তৰঃ-
(চ) ব্রহ্মপুত্র নদীত প্ৰচুৰ পৰিমাণে কি কি পােৱা যায়?
উত্তৰঃ-
(ছ) ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া ওফন্দি উঠে?
উত্তৰঃ-
উত্তৰ লিখা।
(ক) ব্রহ্মপুত্র নদীৰ উপনৈবােৰৰ নাম লিখা।
উত্তৰঃ-
(খ) ব্রহ্মপুত্র নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম লিখা।
উত্তৰঃ-
(গ) ব্রহ্মপুত্র নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম লিখা।
উত্তৰঃ-
*ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি আমাৰ সভ্য়তা সংস্কৃতি কেনেকৈ গঢ় লৈ উঠিছে লিখা।
উত্তৰঃ
শব্দ-সম্ভাৰ আৰু অভিধান চাই লিখা।
উত্তৰঃ-ধাৰাসাৰ –
নদীমাতৃক –
সভ্য়তা –
জীৱিকা –
অন্য়তম –
ওফন্দি –
যুক্তাক্ষৰবোৰেৰে একোটাকৈ শব্দ গঠন কৰা।
ণ্ঢ –
ষ্প –
ষ্প্ৰ –
ষ্ক্ৰ –
ন্ত্ৰ –
ত্ম –
যুক্তাক্ষৰ ভাঙি লিখা।
হ্ম –
ন্তু –
ক্ত –
স্থ –
ন্ত্ৰ –
স্কৃ –
* ব্ৰহ্মপুত্ৰ নদী বিভিন্ন ঠাইৰ মাজেৰে বৈ আহোঁতে বিভিন্ন নাম লৈছে ।ইয়াৰ নাম সমূহ কি কি?
উত্তৰঃ