Chapter 10
বৰদৈচিলা
উত্তৰ দিয়া ।
(ক)
• বৰদৈচিলা পদ্যটো কোনে ৰচনা কৰিছে ?
উত্তৰঃ-
• চ’তৰ বিহুত হিল – দল ভাঙি কোনে মাকৰ ঘৰলৈ ঢাপলি মেলিছে?
উত্তৰঃ-
• বৰদৈচিলাৰ লগৰীয়া কোন?
উত্তৰঃ-
• মাকে বৰদৈচিলাক কি দিব?
উত্তৰঃ-
পদ্যটোৰ শেষত বৰদৈচিলাক কি কৰিবলৈ কাবৌ কৰা হৈছে ?
উত্তৰঃ-
(খ)
• বৰদৈচিলা আহিলে আমাৰ কি কি ক্ষতি হয় ?
উত্তৰঃ-
• বৰদৈচিলাক আদৰণি জনাবলৈ কবিয়ে কি কি কৰাৰ কথা কৈছে?
উত্তৰঃ-
শব্দৰ লগত অর্থ মিলােৱো –
উত্তৰঃ- বৰদৈচিলা –
ঢাপলি –
কাঁকৈ –
ৰাজবাট –
লৰ –
কেৰু –
পীৰা –
বৰদৈচিলাক মাকৰ ঘৰ আহি পালে কোনে কি দিব লিখা।
উত্তৰঃ-
মাকে –
বাপেকে –
ককায়েকে –
ভায়েকে –
কাষৰ বৰপীৰাৰ পৰা শব্দ আনি বাক্যবোৰ সম্পূৰ্ণ কৰা।
উত্তৰঃ- (ক) চুলি আঁচুৰিবলৈ ব্যৱহাৰ কৰা হয়।
(খ) বহাগ বিহুৰ আগে – পাছে আহে।
(গ) এবিধ কাণত পিন্ধা অলংকাৰ।
(ঘ) সাধাৰণ পীৰাতকৈ ডাঙৰ কাঠৰ আসনক বোলে।
(ঙ) জহকালি পাটীত শুলে গা – মন জুৰ পৰে।
*মূৰৰ চুলি মেলাই মানে মূৰ আঁচুৰি । কবিয়ে বৰদৈচিলাক কিহেৰে মূৰ আঁচুৰি যাবলৈ কৈছে ?
উত্তৰঃ
বিপৰীতাৰ্থক শব্দ লিখা।
উত্তৰঃ-
(ক) বেগাই –
(খ) উষ্ণ –
(গ) উঠিবলৈ –
(ঘ) ইয়াত –
তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা।
উত্তৰঃ-
বৰদৈচিলা –
হিল – দল ভাঙি –
শীতল পাটি –
ঢাপলি মেলা –
মূৰৰ চুলি মেলাই –
তলৰ দিয়া শব্দবোৰৰ বিপৰীত লিংগ লিখা।
পুংলিংগ স্ত্ৰীলিংগ
বাপেক – মাক
ককায়েক – বায়েক
ভায়েক – ভনীয়েক
পেহাক – পেহীয়েক
শহুৰেক – শাহুৱেক
স্ত্ৰীলিংগ পুংলিংগ
*বৰদৈচিলা বাপেকে খাৰু ভায়েকে কেৰু দিছে । ইয়াৰ বাহিৰে আৰু কি কি অসমৰ গহনা-গাঁঠৰি আছে লিখা।
উত্তৰঃ