Chapter 1
মোৰ দেশ ভাল
১। মোৰ দেশ ভাল কবিতাটিৰ কবিজনৰ নাম কি ?
(ক) অতুলচন্দ্ৰ হাজৰিকা
(খ) নৱকান্ত বৰুৱা
(গ) বাণীকান্ত কাকতি
উত্তৰঃ (ক) অতুলচন্দ্ৰ হাজৰিকা
২। কবিয়ে ‘ সকলো দেশত কৰি মোৰ দেশ ভাল ‘ বুলি গৌৰৱ কৰা দেশ বা ৰাজ্য়খনৰ নাম কি ?
(ক) জাপান দেশ
(খ) ভাৰতবৰ্ষ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ভাৰতবৰ্ষ
৩। অসমৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম কি ?
(ক) গংগা
(খ) বৰাক
(গ) ব্ৰহ্মপুত্ৰ
উত্তৰঃ (গ) ব্ৰহ্মপুত্ৰ
৪। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম কি ?
(ক) মাজুলী
(খ) উমানন্দ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) মাজুলী
৫। সকলোতকৈ ওখ শৃংগ কোনটো ?
(ক) হিমালয় পৰ্বত
(খ) মাউন্ট এভাৰেষ্ট
(গ) কৈলাশ পৰ্বত
উত্তৰঃ (খ) মাউন্ট এভাৰেষ্ট
৬। চিৰদিন নমস্কাৰ কৰিবলগীয়াক কি বুলি কয় ?
(ক) চিৰনম(গ) চিৰস্মৰণীয়স্কাৰ
(খ) চিৰনমস্য়
(গ) চিৰস্মৰণীয়
উত্তৰঃ (গ) চিৰস্মৰণীয়
৭। চিৰদিন মনত ৰাখিবলগীয়া কি বোলে ?
(ক) চিৰনমস্য়
(খ) চিৰস্মৰণীয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) চিৰনমস্য়
৮। কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত কোনবিধ জন্তু বিখ্য়াত ?
(ক) বাঘ
(খ) এশিঙীয়া গঁড়
(গ) সিংহ
উত্তৰঃ (খ) এশিঙীয়া গঁড়
৯। কোন কোন মিলি থাকিবলৈ কবিতাটিত কৈছে ?
(ক) বন্ধু-বান্ধৱী
(খ) ওচৰৰ মানুহৰ লগত
(গ) ভাই-ভনী লগত
উত্তৰঃ (গ) ভাই-ভনী লগত
১০। কবিতাটিত কেইমাহ ফুল ফুলে বুলি কৈছে ?
(ক) ১২ মাহ
(খ) ১০ মাহ
(গ) ৬ মাহ
উত্তৰঃ (ক) ১২ মাহ