Chapter 3
মৌৰ্য্যোত্তৰ যুগৰ ভাৰত
১। মৌৰ্য্য়বংশৰ শেষ ৰজা কোন আছিল ?
উত্তৰঃ মৌৰ্য্য়বংশৰ শেষ ৰজা বৃহদ্ৰথ আছিল ।
২। বৃহদ্ৰথৰ মৃত্য়ুৰ লগে লগে মৌৰ্য্য়বংশৰ কি হৈছিল ?
উত্তৰঃ বৃহদ্ৰথৰ মৃত্য়ুৰ পাছত মৌৰ্যবংশৰ পতন হৈছিল ।
৩। পুষ্য়মিত্ৰই মগধ ৰাজ্য়ত কি নামেৰে এক নতুন বংশ প্ৰতিষ্ঠা কৰিলে ?
উত্তৰঃ পুষ্য়মিত্ৰই মগধ ৰাজ্য়ত শুংগ নামেৰে এক নতুন বংশ প্ৰতিষ্ঠা কৰিলে ।
৪। পুষ্য়মিত্ৰ কি বংশৰ এজন উল্লেখযোগ্য় ৰজা আছিল ?
উত্তৰঃ পুষ্য়মিত্ৰ শুংগ বংশৰ এজন উল্লেখযোগ্য় ৰজা আছিল ।
৫। পুষ্য়মিত্ৰ নাতিয়েকৰ নাম কি আছিল ?
উত্তৰঃ পুষ্য়মিত্ৰ নাতিয়েকৰ নাম বসুমিত্ৰ আছিল ।
৬। শুংগ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ শুংগ বংশৰ শেষ ৰজা নাম দেৱভূতিক আছিল ।
৭। চেত বংশৰ বিখ্য়াত ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ চেত বংশৰ বিখ্য়াত ৰজাজনৰ নাম খাৰৱেল আছিল ।
৮। কাৰ মৃত্য়ুৰ পিছত কলিংগ প্ৰদেশ স্বাধীন হৈছিল ?
উত্তৰঃ অশোকৰ মৃত্য়ুৰ পিছত কলিংগ প্ৰদেশ স্বাধীন হৈছিল ।
৯। শুংগ বংশৰ শেষ ৰজা দেৱভূতিক হত্য়া কৰি মন্ত্ৰী কোনে আন এক বংশৰ প্ৰতিষ্ঠা কৰে ?
উত্তৰঃ শুংগ বংশৰ শেষ ৰজা দেৱভূতিক হত্য়া কৰি মন্ত্ৰী বাসুদেৱে আন এক বংশৰ প্ৰতিষ্ঠা কৰে ।
১০। শুংগ বংশৰ শেষ ৰজাক দেৱভুতিক তেওঁৰ মন্ত্ৰী বাসুদেৱে হত্য়া কৰি নিজে কি বংশ প্ৰতিষ্ঠা কৰে ?
উত্তৰঃ শুংগ বংশৰ শেষ ৰজাক দেৱভূতিক তেওঁৰ মন্ত্ৰী বাসুদেৱে হত্য়া কৰি নিজে মগধত কান্ব বংশ প্ৰতিষ্ঠা কৰে ।
১১। কলিংগত খ্ৰি.পূ. ১ম শতিকাত কি বংশই শাসন কৰিছিল ?
উত্তৰঃ কলিংগত খ্ৰি.পূ. ১ম শতিকাত চেত বংশই শাসন কৰিছিল ।
১২। মহাভাষ্য় পুথিখন কোনে ৰচনা কৰিছে ?
উত্তৰঃ মহাভাষ্য় পুথিখন পতঞ্জলি ৰচনা কৰিছে ।
১৩। ভাৰতৰ বাহিৰে-ভিতৰে কি ধৰ্মৰ বহুল প্ৰচলন হৈছিল ?
উত্তৰঃ ভাৰতৰ বাহিৰে-ভিতৰে ভাগৱতী ধৰ্ম বা ব্ৰাহ্মণ্য় ধৰ্মৰ বহুল প্ৰচলত হৈছিল ।
১৪। অষ্টাধ্য়য়ী পুথিখন কোনে ৰচনা কৰিছিল ?
উত্তৰঃ অষ্টাধ্য়য়ী পুথিখন পাণিনী ৰচনা কৰিছিল ।
১৫। গ্ৰীকৰ ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ গ্ৰীকৰ ৰজাজনৰ নাম আছিল এণ্টিয়ালকিডাচ ।
১৬। মালবিকাগ্নিমিত্ৰম পুথিখন কোনে ৰচনা কৰিছে ?
উত্তৰঃ মালবিকাগ্নিমিত্ৰম পুথিখন কালিদাস ৰচনা কৰিছে ।
১৭। বেশ নগৰত থকা গৰুড়ধ্বজ স্তম্ভ কোনে নিৰ্মাণ কৰিছে ?
উত্তৰঃ বেশ নগৰত থকা গৰুড়ধ্বজ স্তম্ভ গ্ৰীক কটকী হেলিয়াডৰাচে নিৰ্মাণ কৰিছে।
১৮। হাতীগুম্ফা শিলালিপি কোন বংশৰ ৰজা দিনত ?
উত্তৰঃ হাতীগুম্ফা শিলালিপি চেত বংশৰ ৰজা খাৰৱেলৰ দিনত ।
১৯। গ্ৰীক ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?
উত্তৰঃ গ্ৰীক ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা আছিল মিনান্দাৰ বা মিলিন্দ ।
২০। পহ্লৱসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?
উত্তৰঃ পহ্লৱসকলৰ শ্ৰেষ্ঠ ৰজা গণ্ডোফাৰ্নিছ আছিল ।