Chapter 7
ষোড়শ মহাজনপদ
১। একোটিকৈ বাক্যত উত্তৰ লিখা ।
(ক) মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি ?
উত্তৰঃ
(খ) ভাৰতৰ কোনখিনি ঠাই কৃষিৰ বাবে উপযােগী আছিল ?
উত্তৰঃ
(গ) ৰাষ্ট্রৰ ধাৰণা কেনেকৈ হৈছিল ?
উত্তৰঃ
(ঘ) প্রসেনজিতৰ ভনীয়েকক কোনে বিয়া কৰাইছিল ?
উত্তৰঃ
(ঙ) ১৬ খন মহাজনপদৰ ভিতৰত স্থায়ীভাৱে থাকি যােৱা শক্তিশালী মহাজনপদখনৰ নাম কি আছিল ?
উত্তৰঃ
(চ) বাসবদত্তা কোন আছিল ?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা ।
(ক) গণৰাজ্যবিলাকৰ ভিতৰত আছিল মুক্ত গণৰাজ্য ।
(খ) কোশল ৰাজ্যত ফৈদৰ লােকসকলে বাস কৰিছিল ।
(গ) কাশী ৰাজ্যৰ ৰাজধানী আছিল ।
(ঘ) বৎস ৰাজ্যৰ বিখ্যাত ৰজা আছিল ।
(ঙ) ৰ শাসন কালতেই গ্রীক ৰজা আলেকজেণ্ডাৰে ভাৰতবর্ষ আক্রমণ কৰিছিল ।
৩। চমু উত্তৰ লিখা ।
(ক) জনপদ কাক বােলে ?
উত্তৰঃ
(খ) ষােড়শ মহাজনপদৰ সময়ত ভাৰতীয় সমাজলৈ পৰিৱৰ্তন অনা প্রধান কাৰকসমূহ কি কি আছিল ?
উত্তৰঃ
(গ) প্রসেনজিতে কি কি উপায়েৰে ৰাজ্যৰ সীমা বহলাইছিল ?
উত্তৰঃ
(ঘ) ‘বালি’ আৰু ‘ভাগ’ কি আছিল ?
উত্তৰঃ
৪। উত্তৰ লিখা ।
(ক) ১৬ খন মহাজনপদ কি কি আছিল ?
উত্তৰঃ
(খ) মগধ ৰাজ্যৰ উত্থান সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ
(গ) ষােড়শ মহাজনপদসমূহৰ অর্থনৈতিক অবস্থা কেনে আছিল বর্ণনা কৰাঁ।
উত্তৰঃ
(ঘ) যােড়শ মহাজনপদৰ সময়ত সমাজলৈ পৰিৱৰ্তন অহাৰ কাৰণসমূহ লিখা ।
উত্তৰঃ