Chapter 6
বুদ্ধ আৰু মহাবীৰ
১। একোটিকৈ বাক্যত উত্তৰ লিখা ।
( ক ) শাক্যবংশই শাসন কৰা ৰাজ্যখনৰ নাম কি আছিল ?
উত্তৰঃ
( খ ) গৌতম বুদ্ধৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ
( গ ) বােধিদ্রুম কি ?
উত্তৰঃ
( ঘ ) ত্রিপিটক’খন কোন ভাষাত লিখা হৈছিল ?
উত্তৰঃ
( ঙ ) ‘কৈৱল্য ’ মানে কি ?
উত্তৰঃ
( চ ) মহাবীৰৰ মাক – দেউতাকৰ নাম কি আছিল ?
উত্তৰঃ
( ছ ) মহাবীৰৰ মৃত্যু ক’ত হৈছিল ?
উত্তৰঃ
( জ ) জৈন ধর্মৰ ধৰ্মপুথিখন কোন ভাষাত লিখা হৈছিল ?
উত্তৰঃ
( ঝ ) জৈন ধৰ্মৰ প্ৰথমজন তীর্থংকৰ কোন আছিল ?
উত্তৰঃ
( ঞ ) মহাবীৰ কোনখন ৰাজ্যৰ কোনটো ৰাজবংশৰ উত্তৰাধিকাৰী আছিল ?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা ।
( ক ) বৌদ্ধ ধর্মৰ মূল ধর্ম পুথিখনৰ নাম হ’ল ।
( খ ) জৈন ধৰ্মৰ প্ৰচাৰকসকলক বুলি কোৱা হৈছিল ।
( গ ) আছিল শেষ তীর্থংকৰ ।
( ঘ ) বুদ্ধদেৱৰ মৃত্যু নগৰত ৮০ বছৰ বয়সত হৈছিল ।
( ঙ ) বৰ্দ্ধমানে তপস্যা কৰা পাহাৰটোৰ নাম আছিল ।
৩। চমু উত্তৰ লিখা ।
( ক ) বৌদ্ধ ধর্মৰ মূলমত বা মূলকথা কি আছিল ?
উত্তৰঃ
( খ ) জৈন ধৰ্মৰ মূলমন্ত্র কি আছিল ?
উত্তৰঃ
৪। সাদৃশ্য লিখা ।
জৈন ধর্ম আৰু বৌদ্ধ ধর্ম ।
উত্তৰঃ
৫। উত্তৰ লিখা ।
(ক) গৌতম বুদ্ধৰ জীৱনকালৰ বিষয়ে লিখা ।
উত্তৰঃ
(খ) মহাবীৰৰ জীৱনকালৰ বিষয়ে লিখা ।
উত্তৰঃ
(গ) দুয়ােটা ধৰ্মৰ দিনত হােৱা সামাজিক পৰিৱর্তনসমূহ লিখা ।
উত্তৰঃ